ETV Bharat / state

শিল, বালি আৰু ৰঙামাটিৰ ছিণ্ডিকেটে পকেট গৰম কৰিছে বন বিষয়াৰ

author img

By

Published : Dec 8, 2020, 6:52 PM IST

ধুবুৰী জিলাৰ বন বিভাগত অব্যাহত আছে শিল বালি আৰু ৰঙামাটিৰ বিশাল ছিণ্ডিকেট ৷ শ্ৰীৰামপুৰৰ পৰা ধুবুৰী লৈ যাওঁতে অভাৰ লোডিঙৰ প্ৰতিখন ট্ৰাকে বন বিভাগৰ ছিণ্ডিকেটত আদায় দিব লাগে দুই হাজাৰ টকাকৈ ৷

forestn-syndicate-at-dhubri
শিল, বালি আৰু ৰঙামাটিৰ ছিণ্ডিকেট

ধুবুৰী, 8 ডিচেম্বৰঃ সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো ধুবুৰী জিলাৰ বন বিভাগত অব্যাহত আছে শিল বালি আৰু ৰঙামাটিৰ বিশাল ছিণ্ডিকেট ৷ উত্থাপিত অভিযোগ অনুসৰি ধুবুৰী বন বিভাগৰ ৰেঞ্জাৰ হৰিশ নাথৰ নেতৃত্বত ধুবুৰীত চলিছে এই ছিণ্ডিকেট । সমান্তৰালভাৱে এইক্ষেত্ৰত হাত উজান দিছে ধুবুৰী বন বিষয়া বিজয় টি পলভিয়েও ।

ছিণ্ডিকেটৰ সন্দৰ্ভত কি কয় ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে

প্ৰাপ্ত তথ্য অনুসৰি শ্ৰীৰামপুৰৰ শিমূলটাপুৰ পৰা প্ৰতিদিনে বন বিভাগৰ পট'কল অবিহনেই শিল ৰপ্তানি হয় ধুবুৰীৰ বিভিন্ন অঞ্চললৈ । লগতে শ্ৰীৰামপুৰৰ পৰা ধুবুৰী লৈ যাওঁতে অভাৰ লোডিঙৰ প্ৰতিখন ট্ৰাকে বন বিভাগৰ ছিণ্ডিকেটত আদায় দিব লাগে দুই হাজাৰ টকাকৈ ।

ড্ৰাইবাৰৰ বিস্ফোৰক স্বীকাৰোক্তি

অভিযোগ অনুসৰি বন বিভাগৰ মটেৰঝাৰ বিটত বন বিভাগে প্ৰতিখন গাড়ীৰ পৰা আদায় কৰে এশ টকাকৈ ৷ ইফালে এই সমগ্ৰ বিষয়টো বিট অফিচৰ ভাৰপ্ৰাপ্ত বিষয়া ছলেমান আলী আহমেদে গাপ দি ৰখাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃৰাজ্যত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.