ETV Bharat / state

ধুবুৰীত ৰাজপথৰ ভোকাতুৰ জীৱ-জন্তুৰ কাষত স্বেচ্ছাসেৱী সংগঠন - ধুবুৰীত ৰাজপথৰ ভোকাতুৰ জীৱ জন্তু

চৌদিশে মহামাৰী ক’ৰণাৰ বিভীষিকাময় পৰিস্থিতি । মিনি লক ডাউনৰ বাবে ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ । তাৰ সমান্তৰালকৈ ৰাজপথত ঘূৰি ফুৰা জীৱ-জন্তুৰ মাজত দেখা দিছে চৰম খাদ্য সংকটে।

ধুবুৰীত ৰাজপথৰ ভোকাতুৰ জীৱ-জন্তুৰ কাষত স্বেচ্ছাসেৱী সংগঠন

author img

By

Published : Jun 1, 2021, 7:11 PM IST

ধুবুৰী, 1 জুন: ধুবুৰীত দেশত এতিয়া মহামাৰী ক’ৰণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে সকলো কাম কাজ স্থৱিৰ হৈ পৰিছে ৷ তাৰ মাজেতে আন এক সমস্যাই দেখা দিছে সেয়া হৈছে খাদ্য সংকটত ৷

ধুবুৰীত ৰাজপথৰ ভোকাতুৰ জীৱ-জন্তুৰ কাষত স্বেচ্ছাসেৱী সংগঠন

মিনি লক ডাউনৰ বাবে ৰাজপথত ঘূৰি ফুৰা জীৱ জন্তুৰ এই খাদ্য সংকটৰ সময়তে ধুবুৰীত জীৱ জন্তুৰ মাজত খাদ্য সামগ্ৰী যোগান ধৰিছে নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ’চাইটি নামৰ এটা বেচৰকাৰী সংস্থাই ।

নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ’চাইটিৰ ধুবুৰী জিলা গোটৰ সভাপতি আবু নাচেৰ জেলানি আৰু সম্পাদক ছাহানুৰ ইছলামৰ নেতৃত্বত এটা সজাতি দলে ঘৰৰ পৰা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি যোৱা কিছু দিনৰ পৰা ধুবুৰীৰ ৰাজপথৰ ভোকাতুৰ জীৱ-জন্তুৰ মাজত যোগান ধৰি আহিছে । সম্প্ৰতি নৰ্থ ইষ্ট এনিমেল প্ৰটেকচন চ’চাইটিৰ এই কাৰ্যক সকলোৱে শলাগ লোৱা দেখা গৈছে ৷

লগতে পঢ়কঃ কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প আনন্দ মিশ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.