ETV Bharat / state

মানকাচৰত বানৰ তাণ্ডৱ

author img

By

Published : Sep 21, 2020, 5:00 AM IST

মেঘালয়ৰ গাৰো পাহাৰ পৰা নামি অহা পানীৰ প্ৰৱল সোঁতৰ কাৰণে মানকাচৰৰ বৃহত্তৰ অঞ্চলত বানৰ সৃষ্টি হয় । যোৱা তিনি চাৰি দিন ধৰি হোৱা ধাৰাষাৰ বৰষুণ ফলত মানকাচৰৰ কালাপানী, কজিপূৰ, লক্ষীশৰিফ, টোপপাৰা, বেঙেৰ ভিটা, চিৰাখোৱা, কুমাৰগাতী, সাদুল্ল্যাবাড়ী অঞ্চল বানৰ কৱলত পৰিছে ।

flood hit at mancachor
flood hit at mancachor

ধুবুৰী, 20 ছেপ্টেম্বৰ : মানকাচৰৰ কালাপানী অঞ্চলত বানৰ ভয়াৱহ তাণ্ডৱ । কাণসাৰ নাই জন প্ৰতিনিধি জিলা প্ৰশাসনৰ । মানকাচৰৰ কালাপানী, ধানুৱা আৰু বেঙেৰ ভিটা গাঁও পঞ্চায়তৰ বহু কেইখন গাঁও বুৰাইছে বাঢ়নী পানীয়ে । যোৱা তিনি চাৰি দিন ধৰি হোৱা ধাৰাষাৰ বৰষুণ ফলত মানকাচৰৰ কালাপানী, কজিপূৰ, লক্ষীশৰিফ, টোপপাৰা, বেঙেৰ ভিটা, চিৰাখোৱা, কুমাৰগাতী, সাদুল্ল্যাবাড়ী অঞ্চল বানৰ কৱলত পৰিছে ।

মানকাচৰত বানৰ তাণ্ডৱ

উল্লেখযোগ্য যে, মেঘালয়ৰ গাৰো পাহাৰ পৰা নামি অহা পানীৰ প্ৰৱল সোঁতৰ কাৰণে মানকাচৰৰ বৃহত্তৰ অঞ্চলত বানৰ সৃষ্টি হয় । ফলত বহু কেইখন গাঁও এতিয়া হৈছে জলমগ্ন হৈ আছে । বানে উটুৱাই লৈ গৈছে ৰিং বান্ধ ৷ আনহাতে স্থানীয় ৰাইজে জনোৱা মতে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি বৰ্তমান পানীৰ তলত । তদুপৰি ৰাইজৰ বহু পুখুৰী পানীত ডুব যোৱাত সকলো মাছ ওলাই গৈছে । ফলত ব্যপক লোকচানৰ সন্মুখীন হৈছে লোক সকল । ৰাইজে চৰকাৰ তথা জিলা প্ৰশাসনক অতি সোনকালে খতিগ্ৰস্ত লোক সকলক সহায় সহযোগিতাৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : পত্নী হত্যাকাৰীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.