ধুবুৰী, 4 জুলাইঃ পূৱ বিলাসীপাৰাৰ চাপৰত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল 10 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ । অগ্নিকাণ্ডত এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত আতংকিত হয় অঞ্চলবাসী । আনহাতে,বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত 10 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় 1 কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।
পূৱ বিলাসীপাৰাত অগ্নিকাণ্ড - assam news
জুইত জাহ গ'ল 10 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ । অগ্নিকাণ্ডত এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত আতংকিত হয় অঞ্চলবাসী
পূৱ বিলাসীপাৰাত অগ্নিকাণ্ড
ধুবুৰী, 4 জুলাইঃ পূৱ বিলাসীপাৰাৰ চাপৰত বিধ্বংসী অগ্নিকাণ্ড । জুইত জাহ গ'ল 10 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান । শ্বৰ্ট চাৰ্কিটৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ । অগ্নিকাণ্ডত এটা গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত আতংকিত হয় অঞ্চলবাসী । আনহাতে,বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত 10 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় 1 কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি মন্তব্য কৰে ভুক্তভোগীয়ে ।
Intro:পূৱ বিলাসীপাৰাৰ চাপৰত বিধ্বংসী অগ্নি কাণ্ড।জুইত জাহ গল ১০খন কৈ ব্যৱসায়িক প্ৰতিষ্ঠান।Body:বিলাসীপাৰা পূৱ,০৪ জুলাই:
পূৱ বিলাসীপাৰাৰ চাপৰ নগৰৰ কলনিত বৃহস্পতিবাৰে পূৱতি নিশা এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।অগ্নি কাণ্ডত জাহ যায় ১০খন ব্যৱসায়িক প্ৰতিষ্ঠান।প্ৰায় এক কোটি টকাৰ সা-সম্পত্তি জুইত জাহ যায়।পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ ৫ খন কৈ গড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।স্বৰ্ট চাৰ্কিটৰ পৰা অগ্নি কাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ।অগ্নি কাণ্ডত এটা গেছ চিলিণ্ডাৰো বিস্ফোৰণ হয়। গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এক আতংকিত পৰিৱেশৰ সৃষ্টি হয়।Conclusion:BYTE: PUBLIC
FROM UDAYADITYA ROY, BILASIPARA EAST