ETV Bharat / state

ধুবুৰীত বাইকসহ জব্দ 89 টা ফেন্সিডাইলৰ বটল - আৰক্ষীয়ে জব্দ

ধুবুৰীত ৰাজ্যত কটকটীয়া নিৰাপওা ব্যৱস্থা গঢ়ি তোলাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ফেন্সিডাইলৰ বটল ৷

ETV BHARAT
ধুবুৰীৰ আৰক্ষী জালত বাইক সহ ৮৯ টা অবৈধ ফেন্সিডাইল বটল জব্দ
author img

By

Published : Mar 24, 2020, 7:40 PM IST

ধুবুৰী, 24 মাৰ্চঃ ধুবুৰীৰ আগমনিত আৰক্ষীৰ অভিযানত জব্দ ৮৯ টা ফেন্সিডাইলৰ বটল । উদ্ধাৰ AS- 19K - 0391 নম্বৰৰ এখন বাইক ।

ধুবুৰীৰ আৰক্ষী জালত বাইক সহ ৮৯ টা অবৈধ ফেন্সিডাইল বটল জব্দ

ধুবুৰীৰ আগমনি আৰক্ষীৰ অভিযানত খেৰবাৰীত জব্দ বাইক সহ অবৈধ ফেন্সিডাইল । কৰনা ভাইৰাছৰ বাবে ছাগলীয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ সময়তে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ ফেন্সিডাইলৰ বটল ৷ অসম বংগ সীমান্তৰ ভিতৰুৱা পথেৰে AS 19 K / O 391 নম্বৰৰ বাইকেৰে পশ্চিমবঙ্গৰ পৰা খেৰবাৰী হৈ অসমত প্ৰবেশ কৰিছিল সৰবৰাহকাৰীজন । কিন্ত আগমনি আৰক্ষীয়ে টহল দি থকা উমান পায় চোৰং ব্যবসায়ী জনে বাইক এৰি পলায়ন কৰে । আৰক্ষীয়ে বাইক সহ ফেন্সিডাইলৰ কাৰ্টুন জব্দ কৰি আৰক্ষী থানালৈ নি গোচৰ ৰুজু কৰে । ইতিমধ্যে আগমণি আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক - লক্ ডাউনৰ মাজতো শিৱ দ'ললৈ আহিল ভক্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.