ধুবুৰী,৬ জুনঃ ধুবুৰী জিলাত অতি ভয়াৱহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে কোভিড ১৯ পজিটিভ ৰোগীৰ সংখ্যা । নিশা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত উল্লেখ কৰা অনুসৰি, জিলা খনত পুনৰ ৩৭ জনৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে । জিলা খনত বৰ্তমান ২৯৩ জনলৈ বৃদ্ধি হ'ল ৰোগীৰ সংখ্যা । ইয়াৰে ১৩ জনে আৰোগ্য লাভ কৰি ঘৰলৈ উভতি অহাৰ বিপৰীতে আন ২৮০ জন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। উল্লেখযোগ্য যে, নতুনকৈ আক্ৰান্ত হোৱা লোক সকলক নিশাৰ ভাগতেই চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে ।
লগতে পঢকঃ
ধুবুৰীত পুনৰ ৩৭ জনৰ দেহত কোভিড-১৯ পজিটিভ - পুনৰ ৩৭ জন
ধুবুৰীত ক'ৰণা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ সম্প্ৰতি জিলাখনত পুনৰ ৩৭ জনৰ দেহত কোভিড ১৯ পজিটিভ পোৱা গৈছে ।