ETV Bharat / state

ধুবুৰীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - হাহাকাৰময় পৰিস্থিতি

ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী ৰোডত চলিছে ৰে‘ল বিভাগৰ উচ্ছেদ অভিযান। ৰে'ল বিভাগৰ পৰা বাৰম্বাৰ জাননী দিয়াৰ পিছতো কোনো ফল নোপোৱাৰ ফলত বুধবাৰে ধুবুৰী জিলা প্ৰশাসনৰ সহায় লৈ ৰে‘ল বিভাগে চলায় উচ্ছেদ অভিযান ।

dhubri-railway-aviction
ধুবুৰীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Dec 16, 2020, 5:37 PM IST

ধুবুৰী, 16 ডিচেম্বৰ : ধুবুৰীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান । ধুবুৰী চহৰৰ ইন্দিৰা গান্ধী ৰোডত চলিছে ৰে‘ল বিভাগৰ উচ্ছেদ অভিযান । দীৰ্ঘ দিন ধৰি ৰে'ল বিভাগৰ মাটিত অবৈধ ভাৱে বসবাস লোক সকলৰ বাসগৃহ, দোকান পোহাৰ আদিত চলিল ৰেল বিভাগৰ জে চি বি ৷ ৰে'ল বিভাগৰ পৰা বাৰম্বাৰ জাননী দিয়াৰ পিছতো কোনো ফল নোপোৱাৰ ফলত বুধবাৰে ধুবুৰী জিলা প্ৰশাসনৰ সহায় লৈ ৰে‘ল বিভাগে চলালে এই উচ্ছেদ অভিযান ।

ধুবুৰীত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ পাছতে অঞ্চলটোত বসবাস কৰা লোক সকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ ইফালে ৰে‘ল বিভাগে এটা অঞ্চলত উচ্ছেদ চলাই আন এটা অঞ্চলৰ দোকান পোহাৰ উচ্ছেদ নকৰাৰ ফলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: কাৰ ভুলৰ বাবে প্ৰতাৰিত হৈছে বাঘজানবাসী!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.