ধুবুৰী,4চেপ্তেম্বৰঃ ধুবুৰী আৰক্ষীৰ অভিযানত জালত পৰিল তীৰ খেলৰ লগত জড়িত এঘাৰজনকৈ লোক ৷ অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিও জিলাখনত এতিয়াও অব্যাহত আছে অবৈধ তীৰ খেল ৷ বুধবাৰে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৃথক দুটা স্থানত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক কেইজনৰ ভিতৰত তীৰ বিক্ৰেতা, কিনোতাৰ উপৰি কেইজনমান বুকিও আছে বুলি জানিব পৰা গৈছে । ধৃত আটাইকেইজনক ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় ।
অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান - অব্যাহত আছে অবৈধ তীৰ খেল
ধুবুৰী আৰক্ষীৰ অভিযানত জালত পৰিল তীৰ খেলৰ লগত জড়িত এঘাৰজনকৈ লোক ৷ ধৃত আটাইকেইজনক ধুবুৰী আদালতত হাজিৰ ৷
![অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4339183-thumbnail-3x2-dhubri.jpg?imwidth=3840)
অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান
ধুবুৰী,4চেপ্তেম্বৰঃ ধুবুৰী আৰক্ষীৰ অভিযানত জালত পৰিল তীৰ খেলৰ লগত জড়িত এঘাৰজনকৈ লোক ৷ অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিও জিলাখনত এতিয়াও অব্যাহত আছে অবৈধ তীৰ খেল ৷ বুধবাৰে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৃথক দুটা স্থানত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে ৷ ধৃত লোক কেইজনৰ ভিতৰত তীৰ বিক্ৰেতা, কিনোতাৰ উপৰি কেইজনমান বুকিও আছে বুলি জানিব পৰা গৈছে । ধৃত আটাইকেইজনক ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় ।
অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান
অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান
Intro: দীৰ্ঘ দিনৰ পৰাই ধুবুৰী সদৰ চহৰকে ধৰি জিলাখনত অব্যাহত আছে অবৈধ তীৰ খেলৰ ৰোমৰমীয়া বেহা। অবৈধ তীৰ খেলৰ বিৰুদ্ধে চলিল ধুবুৰী আৰক্ষীৰ অভিযান। জালত পৰিল এঘাৰজনকৈ লোক।
Body: হয়, দীর্ঘ দিনৰে পৰা ধুবুৰী জিলা সদৰ চহৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত একাংশ অসাধু চক্ৰই চলাই গৈছে অবৈধ তীৰ খেল। এই অবৈধ তীৰ খেলৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিওঁ এতিয়াও অব্যাহত আছে অবৈধ তীৰ খেল। এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ পৃথক দুটা স্থানত অভিযান চলায়।
এই অভিযানকালত সীমান্তৱৰ্তী ধৰ্মীশালা অঞ্চলৰ মুঠ এঘাৰজন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে নগদ ধন আৰু বিভিন্ন অপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে। ধৃত লোক কেইজনৰ ভিতৰত তীৰ বিক্রেতা, কিনোতাৰ উপৰি কেইজনমান বুকিও আছে বুলি জানিব পৰা গৈছে। ধৃত আটাইকেইজনক আজি ধুবুৰী আদালতত হাজিৰ কৰোৱা হয়।
Conclusion:উল্লেখযোগ্য যে, আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই তীৰৰ ঘাটি উচ্ছেদ কৰাৰ বিপৰীতে বহু কেইজনক গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰি আহিছে যদিওঁ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই অবৈধ তীৰ খেলৰ বেহা।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।