ধুবুৰী, 2 জুনঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ধৰ্মশালা অঞ্চলত নিৰ্মাণ কৰা হৈছে কিছমত হাছদহ আদৰ্শ চিকিৎসালয় ৷ 5 কোটি 60 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই আদৰ্শ চিকিৎসালয়খন ৷ ইতিমধ্যে ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰাও পৰিদৰ্শন কৰা হৈছে চিকিৎসালয়খন ৷ তৎসত্বেও ৰোগীক চিকিৎসা প্ৰদানত অসমৰ্থ চিকিৎসালয়খন ৷ কাৰণ বিগত দুবছৰে শুভাৰম্ভ নহ'ল কিছমত হাছদহ আদৰ্শ চিকিৎসালয় ৷ এই সন্দৰ্ভত চাওঁক এই প্ৰতিবেদন....
লগতে পঢ়কঃ বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহি আছে ছিংগাপুৰৰ বিশেষজ্ঞৰ দ'ল