ETV Bharat / state

চিকিৎসালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ! - DHUBRI HOSPITAL BUILDING CONSTRUCTION SCAM

দক্ষিণ শালমাৰাৰ মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীত, নৱনিৰ্মিত অসামৰিক চিকিৎসালয়ত কেইবা কোটি টকাৰে চলি থকা গৃহ নিৰ্মাণৰ কামত চলিছে বিয়াগোম দুৰ্নীতি ৷

চিকিৎসালয়ৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ!
author img

By

Published : Nov 7, 2019, 4:45 PM IST

দক্ষিণ শালমাৰা, 7 নৱেম্বৰঃ মানকাছাৰ জিলাৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত নতুনকৈ গৃহ নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ । নিম্নমানৰ কাম কৰাত ৰাইজে বন্ধ কৰিলে গৃহ নিৰ্মাণৰ কাম ।

DHUBRI HOSPITAL BUILDING CONSTRUCTION SCAM
নৱনিৰ্মিত অসামৰিক চিকিৎসালয়ত চলিছে গৃহ নিৰ্মাণত দুৰ্নীতি!

দক্ষিণ শালমাৰাৰ মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীত, নৱনিৰ্মিত অসামৰিক চিকিৎসালয়ত কেইবা কোটি টকাৰে চলি থকা গৃহ নিৰ্মাণৰ কামত চলিছে বিয়াগোম দুৰ্নীতি। কামত ব্যৱহৃত চিমেণ্ট,বালি,ইটা,ৰ'ড আদি সকলো নিম্নমানৰ হোৱাৰ লগতে প্ৰাক্কলন অবিহনে কাম কৰি থকাৰ অভিযোগ উত্থাপন হৈছে। নিম্নমানৰ সামগ্ৰীৰে চিকিৎসালয় নিৰ্মাণৰ কাম কৰাৰ উমান পাই হাটশিঙিমাৰীৰ একাংশ সচেতন ৰাইজে নিৰ্মাণস্থলীত উপস্থিত পৰ্যবেক্ষণ কৰে আৰু বন্ধ কৰি দিয়ে নির্মাণ কাৰ্য। গৃহ নিৰ্মাণৰ কামত গুৰুতৰ অভিযোগ তুলি কাম বন্ধ কৰাৰ লগতে তদন্তৰ দাবী জনায় সচেতন ৰাইজে।

অসামৰিক চিকিৎসালয়ত গৃহ নিৰ্মাণৰ নামত চলিছে দুৰ্নীতি!

লক্ষণীয়ভাৱে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰে নতুন চিকিৎসালয় খনৰ গৃহ নিৰ্মাণত হোৱা দুৰ্নীতি আৰু নিয়মৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে গম পোৱা যাব ৷

লগতে চাওকঃ বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত চকুলো !

Intro:দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ নতুনকৈ গৃহ নিৰ্মাণৰ কামত দুৰ্নীতিৰ অভিযোগ। নিম্নমানৰ কাম কৰাত ৰাইজে বন্ধ কৰিলে গৃহ নিৰ্মাণৰ কাম।
Body:নৱ গঠিত দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ কেইবা কোটি টকাৰ নতুনকৈ গৃহ নিৰ্মাণৰ কামত চলিছে বিয়াগম দুৰ্ণীতি। কামত ব্যৱহাৰ হোৱা চিমেণ্ট, বালি, ইটা, ৰড আদি সকলো নিম্নমানৰ বুলি অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে ইষ্টিমেট অবিহনে কাম কৰি থকাৰ অভিযোগ। নিম্নমানৰ সামগ্ৰীৰে চিকিৎসালয় নিৰ্মাণৰ কাম কৰাৰ উমান পাই হাটশিঙিমাৰীৰ একাংশ সচেতন ৰাইজে চিকিৎসালয় খনৰ গৃহ নিৰ্মাণ স্থলীত উপস্থিত হৈ নিজে পৰ্যবেক্ষণ কৰে আৰু নিম্নমানৰ সামগ্ৰীৰে কাম চলি থকা দেখি কাম বন্ধ কৰি দিয়ে নির্মাণ কাৰ্য্য। গৃহ নিৰ্মাণৰ কামৰ গুৰুতৰ অভিযোগ তুলি কাম বন্ধ কৰাৰ লগতে ইয়াৰ তদন্তৰ দাবী জনায় অভিযোগকাৰী ৰাইজে।

Byte= সচেতন অভিযোগকাৰী ৰাইজ।Conclusion:মন কৰিবলগীয়া যে দূৰ্ণীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা সোণোৱাল চৰকাৰে নতুন চিকিৎসালয় খনৰ গৃহ নিৰ্মাণত হোৱা দুৰ্নীতি আৰু নিয়মৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্ত্তী সময়ত হে হ'ব লক্ষ্যণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.