ধুবুৰী,21 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত ধুবুৰীৰ অগপ-বিজেপি মিত্ৰদলে এক বিশাল ৰেলী বাহিৰ কৰি সামৰণি মাৰে নিৰ্বাচনী প্ৰচাৰৰ ৷ ধুবুৰীৰ গৌৰীপুৰত বিশাল নিৰ্বাচনী সভাত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলোৱাৰ পিচতেই ধুবুৰী চহৰৰ ভিন্ন অঞ্চলত যুৱ প্ৰজন্ম সকলে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ এই ৰেলীৰ পৰাই মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে দলীয় কৰ্মীসকলে ৷
ধুবুৰীত জাবেদ ইছলামৰ নিৰ্বাচনী ৰেলী - DHUBRI
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি 5 বজাত অন্ত পৰে ৷ ধুবুৰীত মিত্ৰজোঁট প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ এক বিশাল ৰেলী বাহিৰ কৰি নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে ধুবুৰীৰ অগপ-বিজেপি-বিপিএফৰ কৰ্মীসকলে ৷

ধুবুৰীত জাবেদ ইছলামৰ নিৰ্বাচনী ৰেলী
ধুবুৰী,21 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত ধুবুৰীৰ অগপ-বিজেপি মিত্ৰদলে এক বিশাল ৰেলী বাহিৰ কৰি সামৰণি মাৰে নিৰ্বাচনী প্ৰচাৰৰ ৷ ধুবুৰীৰ গৌৰীপুৰত বিশাল নিৰ্বাচনী সভাত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলোৱাৰ পিচতেই ধুবুৰী চহৰৰ ভিন্ন অঞ্চলত যুৱ প্ৰজন্ম সকলে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে ৷ এই ৰেলীৰ পৰাই মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে দলীয় কৰ্মীসকলে ৷
ধুবুৰীত জাবেদ ইছলামৰ নিৰ্বাচনী ৰেলী
ধুবুৰীত জাবেদ ইছলামৰ নিৰ্বাচনী ৰেলী
Intro: ধুবুৰীত মিত্ৰ দলৰ নিৰ্বাচনী ৰেলি। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা ধুবুৰীত অগপ বিজেপি বিপিএফ মিত্ৰ দলে ৰেলি উলিয়াই নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যৰ সমাপ্ত কৰে।
Body: হয়, ধুবুৰীত মিত্ৰ দলৰ নিৰ্বাচনী ৰেলি। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিনা ধুবুৰীত অগপ বিজেপি বিপিএফ মিত্ৰ দলে ৰেলি উলিয়াই নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যৰ সমাপ্ত কৰে। দৰাচলতে ধুবুৰীৰ গৌৰীপুৰত বিশাল নিৰ্বাচনী সভাত মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতেই ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলত যুৱ প্ৰজন্ম সকলে হাতে হাতে দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে।
Conclusion: এই ৰেলি সম্পন্ন কৰি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ জয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰিলে দলীয় কৰ্মী সকলে।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।