ধুবুৰী, 23 এপ্ৰিলঃ ধুবুৰীৰ ভোটকেন্দ্ৰ সমূহত পুৱা সাত বজাৰ আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া । ধুবুৰীৰ অতিকৈ ভিতৰুৱা অঞ্চল জৰুৱাৰ চৰ পাব্লিক হাইস্কুল ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া । পূৱ আৰু পশ্চিম দুটা ভোটকেন্দ্ৰত আছে মুঠ ১১০৫ গৰাকী ভোটাৰ । নিৰ্ধাৰিত সময়ৰ ভিতৰত আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া । ধুবুৰীৰ পৰা ছাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷
ধুবুৰীত শান্তিপূৰ্ণভাৱে আৰম্ভ ভোটদান প্ৰক্ৰিয়া - ELECTION POLLIING
ধুবুৰীত সাত বজাৰ পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া
ধুবুৰীত শান্তিপূৰ্ণভাৱে আৰম্ভ ভোটদান প্ৰক্ৰিয়া