ETV Bharat / state

পথ নহয় যেন হালবোৱা পথাৰহে !

ধেমাজিৰ ভেবেলী গাঁও পঞ্চায়তত পথৰ দুৰৱস্থা ! একাঠু বোকা-পানীৰে যাতায়ত কৰিব লাগে অঞ্চলবাসীয়ে ।

author img

By

Published : May 14, 2019, 11:01 PM IST

পথ নহয় যেন হালবোৱা পথাৰহে !

ধেমাজি,১৪ মে' : বিকশিত অসম আৰু পৰিৱৰ্তনৰ শ্ল'গানে স্পৰ্শ কৰিব পৰা নাই ধেমাজি বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেবেলী গাওঁ পঞ্চায়তক । কাৰণ দীৰ্ঘদিন ধৰি পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছে পঞ্চায়তটোৰ ১০ নং ৱাৰ্ডৰ গেজিং মাজগাওঁবাসীয়ে । বাৰিষা অবিহনেই একাঠু বোকা-পানীৰে যাতায়ত কৰিব লাগে অঞ্চলবাসীয়ে ।

পথ নহয় যেন হালবোৱা পথাৰহে !

ফলত অতি কদৰ্যময় হৈ পৰা পথটোৰে কন কন শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজৰ অভিযোগ মতে কোনো এখন চৰকাৰে এই পৰ্যন্ত গুৰুত্ব প্ৰদান কৰা নাই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ।

Intro:ধেমাজি ৰ ন-নদী ভেবেলী গা ওঁ পঞ্চায়তত পথৰ দুৰৱস্থা ।

Body:ধেমাজি , 14 , মে : বিকশিত অসম আৰু পৰিৱৰ্তনৰ শ্লগানে আজিও স্পৰ্শ নকৰিলে ধেমাজি বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেবেলী গাওঁ পঞ্চায়তক । কাৰণ দীৰ্ঘদিন ধৰি পথৰ দুৰৱস্থাত জীয়াতু ভুগি আহিছে পঞ্চায়তটোৰ 10 নং ৱা্ৰ্ড ৰ গেজিং মাজগাওঁবাসীয়ে । ভৰ বাৰিষা নৌ হ ওঁতেই এতিয়া একাঠু বোকা - পানীৰে যাতায়ত কৰিব লাগে । ফলত অতি কদৰ্যময় হৈ পৰা পথটোৰে কন কন শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাত সমস্যা সৃষ্টি কৰিছে ।

স্হানীয় ৰাইজৰ অভিযোগ মতে কেৱল নিৰ্বাচনৰ সময়তহে সাৰ পোৱা কংগ্ৰেছ অথবা বিজেপি কোনো এখন চৰকাৰৰ জনপ্ৰতিনিধিয়ে আজিকোপতি দৃষ্টি দিয়া নাই অঞ্চলবাসীক ।

byte.. 1...&..2..local..villager.

pradunya Bharali . Dhemaji , Assam , 14/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.