ETV Bharat / state

বিলাসীপাৰাত ব্লক কংগ্ৰেছৰ সংবাদমেল সম্বোধন

author img

By

Published : Feb 18, 2021, 9:04 AM IST

২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ পৰা মহাজোঁট বন্ধনৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীত সংবাদমেল সম্বোধন বিলাসীপাৰা ব্লক কংগ্ৰেছৰ ।

বিলাসীপাৰাত ব্লক কংগ্ৰেছৰ সংবাদমেল সম্বোধন
বিলাসীপাৰাত ব্লক কংগ্ৰেছৰ সংবাদমেল সম্বোধন

পশ্চিম বিলাসীপাৰা,18 ফেব্ৰুৱাৰীঃ সমাগত ২১ ৰ বিধানসভা নিৰ্বাচনলৈ ককালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলে । এইক্ষেত্ৰত পিছপৰি থকা নাই ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছৰ নেতা-কৰ্মীসকল । বুধবাৰে বিলাসীপাৰাৰ টিলাপাৰাত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ কৰ্মী সভা । সভাত ২১ ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে কংগ্ৰেছৰ নেতা-কৰ্মীসকলে । সমষ্টি ভিত্তিত অনুষ্ঠিত এই কৰ্মী সভাখনত উপস্থিত থাকে সমষ্টিটোৰ কেইবা শতাধিক কংগ্ৰেছী নেতাসহ দলীয় কৰ্ম-কৰ্তাসকল ।

বিলাসীপাৰাত ব্লক কংগ্ৰেছৰ সংবাদমেল

সভাৰ শেষত চাপৰ শালকোচা ব্লক কংগ্ৰেছৰ সভাপতি ছোহৰাফ আলী শ্বেখে মণ্ডল কংগ্ৰেছ, মহিলা কংগ্ৰেছ সেৱা দলৰ যুৱ কংগ্ৰেছৰ সহযোগত এখন সংবাদমেল সম্বোধন কৰে । এই সংবাদমেলত ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিটোত যাতে মহাজোঁট বন্ধনৰ কংগ্ৰেছ দলক প্ৰাৰ্থী প্ৰক্ষেপ কৰে, তাৰ বাবে গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায় ৷ কিয়নো এই সমষ্টিত কংগ্ৰেছৰ ভেটি অধিক মজবুত আৰু শক্তিশালী ৷

লগতে পঢ়কঃ পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.