ETV Bharat / state

ঈদৰ বিশেষ চিন্তাঃ অৰুণোদয়ৰ উদ্য়োগত বস্ত্ৰ বিতৰণ - বস্ত্ৰ বিতৰণ কাৰ্যসূচী

দৰিদ্ৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক ঈদ উদযাপনৰ পৰা বঞ্চিত হ'বলৈ নিদি তেওঁলোকৰ মাজত বস্ত্ৰ বিতৰণ বেচৰকাৰী সংস্থাটোৰ ৷

বস্ত্ৰ বিতৰণ কাৰ্যসূচী
author img

By

Published : Jun 2, 2019, 2:59 PM IST

বিলাসীপাৰা, 2 জুন : সমাগত ঈদ | ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদৰ প্ৰাকমূহুৰ্তত মুছলমান সম্প্ৰদায়ৰ দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিলে বিলাসীপাৰাৰ স্বেচ্ছাসেৱী সংস্থা অৰুণোদয়ে | ঈদ উদযাপনৰ পৰা বঞ্চিত হ'ব নিদি দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰিলে বস্ত্ৰ ৷
দেওবাৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ সভাকক্ষত ঈদ উপলক্ষে এই বস্ত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে সংস্থাটোৱে | বস্ত্ৰ বিতৰণী সভাত স্থানীয় অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যাপক কুলেন দাস , বি এম জুনিয়ৰ কলেজৰ সহকাৰী অধ্যক্ষা অপৰ্ণা চক্ৰৱৰ্তী, সমাজ সেৱক দুলাল কলিতা প্ৰমুখ্যে কেইবগৰাকীও বিশিষ্ট ব্যক্তি |

Intro:A. I - সমাগত ঈদ | ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ পবিত্ৰ ঈদ উৎসৱৰ প্ৰাক্ মুহূৰ্তত দৰিদ্ৰ লোকৰ কাষত থিয় দিলে বিলাসীপাৰা অৰুনোদয় এছোচিয়েচনে | দেওবাৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ সভাকক্ষত দৰিদ্ৰ লোকৰ মাজত বিনামূলীয়া কৈ বস্ত্ৰ বিতৰন কৰে এছোচিয়েচনে | Body:V. O - সদায় নিঃকিন নি-সহায়ৰ কাষত থিয় দি আহিছে বিলাসীপাৰাৰ স্থানীয় অন্যতম সেচছাসেৱী সংস্থা অৰুনোদয় এছোচিয়েছনে | আজিও বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দৰিদ্ৰ লোকৰ মাজত সহায়ৰ হাত আগবঢ়ায়, শতাধিক দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰে বস্ত্ৰ | আজিৰ বস্ত্ৰ বিতৰণী সভাত স্থানীয় অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যাপক কুলেন দাস , বি এম জুনিয়ৰ কলেজৰ সহকাৰী অধ্যক্ষা অপৰ্ণা চক্ৰৱৰ্তী, সমাজ সেৱক দুলাল কলিতা প্ৰমুখ্যে কেবগৰাকী বিশিষ্ট ব্যক্তি |Conclusion:এক সুস্থ সামাজিক সাংস্কৃতিক তথা ক্ষৈক্ষিক বাতাৱৰণ সৃষ্টিৰ লক্ষ্যৰে যোৱা বৰ্ষৰ ৬ জানুৱাৰীত জন্ম লাভ কৰা এছোচিয়েছনৰ এনে কাৰ্যপন্থা প্ৰসংশনীয় বুলি বিবেচিত হৈছে |
Bite 1.সভাপতি অৰুনোদয় এছোচিয়েছন
2. কুলেন দাস, অধ্যাপক বিলাসীপাৰা কলেজ |

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ETV BHARAT ASSAM
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.