ETV Bharat / state

ধুবুৰীত জব্দ ডেৰ শতাধিক চোৰাং গৰুঃ আটক 3 - ডেৰ শতাধিক চোৰাং গৰু

ধুবুৰী আৰক্ষীৰ দল এটাই গোলকগঞ্জ, ছাগলীয়া আৰু আগমণি আৰক্ষীৰ সহযোগত দিনে নিশাই অবিৰত অভিযানত জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰে মুঠ 156 টা চোৰাং গৰু । লগতে গৰু সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাৰ বিপৰীতে তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

ধুবুৰীত জব্দ ডেৰ শতাধিক চোৰাং গৰুঃ আটক 3
author img

By

Published : Jul 28, 2019, 9:45 PM IST

ধুবুৰী, 28 জুলাইঃ বানৰ পাচতেই সক্ৰিয় চোৰাং গৰু ব্যৱসায়ী চক্ৰ । আৰক্ষীৰ অভিযানত জব্দ ডেৰ শতাধিক চোৰাং গৰু । আটক তিনিজন । বানপানীৰ মাজতো ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত থকাৰ বিপৰীতে সম্প্ৰতি বান কমি অহাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে চোৰাং গৰু ব্যৱসায়ী চক্ৰ । দিনে নিশাই জাকে জাকে গৰু বাংলাদেশলৈ চোৰাংভাৱে চালান দিয়াৰ অভিযোগ উত্থাপন হৈছে চক্ৰটোৰ বিৰুদ্ধে ।

ধুবুৰীত জব্দ ডেৰ শতাধিক চোৰাং গৰুঃ আটক 3

ধুবুৰী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত বিগত দুদিন ধাৰাবাহিকভাৱে অভিযান চলায় ধুবুৰী আৰক্ষীয়ে । বিগত 36 ঘন্টীয়া এক ধাৰাবাহিক অভিযান ধুবুৰী আৰক্ষীৰ । ধুবুৰী আৰক্ষীৰ দল এটাই গোলকগঞ্জ, ছাগলীয়া আৰু আগমণি আৰক্ষীৰ সহযোগত দিনে নিশাই অবিৰত অভিযানত জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ কৰে মুঠ 156 টা চোৰাং গৰু । লগতে গৰু সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাৰ বিপৰীতে তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে । ধৃত মইনুল হক, আশ্ৰাফুল হক আৰু জাহিনুৰ ইছলামৰ পৰা গৰুৰ চোৰাং কাৰবাৰৰ অন্তৰালত থকা ছিণ্ডিকেটৰ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লক্ষণীয় যে , আৰক্ষীয়ে এইদৰে অভিযান অব্যাহত ৰাখিলে বাংলাদেশলৈ গৰুৰ চোৰাং চালান একপ্ৰকাৰ বন্ধ হোৱাটো নিঃশ্চিত যদিও আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনে ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় ।

Intro:বানৰ পিছতেই সক্ৰিয় চোৰাং গৰু ব্যৱসায়ী চক্ৰ। আৰক্ষীৰ অভিযানত জব্দ ডেৰ শতাধিক চোৰাং গৰু। আটক তিনিজন।Body: হয়, বানপানীৰ মাজতো ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰ অব্যাহত থকাৰ বিপৰীতে সম্প্ৰতি বানপানী কমি অহাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে। দিনে নিশাই জাকে জাকে গৰু বাংলাদেশলৈ চোৰাং চালান দি আহিছে। ধুবুৰী আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত যোৱা দুদিনত ধাৰাবাহিক অভিযান চলায় ধুবুৰী আৰক্ষীয়ে। বিগত ৩৬ ঘন্টিয়া এক ধাৰাবাহিক অভিযান ধুবুৰী আৰক্ষীৰ। ধুবুৰী আৰক্ষীৰ দল এটাই গোলকগঞ্জ, ছাগলীয়া আৰু আগমণি আৰক্ষীৰ সহযোগত দিনে নিশাই অবিৰত অভিযানত জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ মুঠ ১৫৬ টা চোৰাং গৰু। লগতে গৰু সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাৰ বিপৰীতে তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত মইনুল হক, আশ্ৰাফুল হক আৰু জাহিনুৰ ইছলামৰ পৰা গৰুৰ চোৰাং কাৰবাৰৰ অন্তৰালত থকা ছিণ্ডিকেটৰ অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।Conclusion:লক্ষণীয় বিষয় যে, আৰক্ষীয়ে এইদৰে অভিযান অব্যাহত ৰাখিলে বাংলাদেশলৈ গৰুৰ চোৰাং চালান একপ্ৰকাৰ বন্ধ হোৱাটো নিঃশ্চিত। যদিওঁ আৰক্ষীয়ে পৰৱৰ্তী সময়ত কেনে ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

#( লগত গৰু আৰু বৰ্ডাৰৰ ফাইল ফুটেজ লগাব )#
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.