ধুবুৰী, 19 জুলাই : পানীৰ তলত ধুবুৰী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ প্ৰতিটো বি এছ এফৰ বি অ পি ৷ বৰ্তমান কিছু পৰিমানে উন্নত হৈছে ধুবুৰীৰ বান পৰিস্থিতি যদিও এতিয়াও ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সহস্ৰাধিক গাঁও এতিয়াও পানীৰ তলত । লগতে এতিয়াও পানীৰ তলত সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প । সীমান্তৰ মহুৰিৰ চৰ, মন্ত্ৰীৰ চৰ, বিন্নাচৰা, গাছপাৰা, চালাপৰা, চৌধুৰীৰ চৰ, বৰ্মণপাৰা আদি কৰি সীমান্তৰ প্ৰতিটো বি অ পিত এতিয়াও একাঁঠু-একঁকাল পানী । ফলত পানীৰ মাজতে হাহাকাৰ কৰিবলগীয়া হৈছে বি এছ এফ জোৱানসকলে ।
পানীৰ তলত মানকাচৰৰ ভাৰত-বাংলা সীমান্তৰ বি এছ এফ কেম্প - বানপানী
পানীৰ তলত বি এছ এফ কেম্প । সীমান্তৰ মহুৰিৰ চৰ, মন্ত্ৰীৰ চৰ, বিন্নাচৰা, গাছপাৰা, চালাপৰা, চৌধুৰীৰ চৰ, বৰ্মণপাৰা আদি কৰি সীমান্তৰ প্ৰতিটো বি অ পিত এতিয়াও একাঁঠু-একঁকাল পানী ।
ধুবুৰী, 19 জুলাই : পানীৰ তলত ধুবুৰী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰ প্ৰতিটো বি এছ এফৰ বি অ পি ৷ বৰ্তমান কিছু পৰিমানে উন্নত হৈছে ধুবুৰীৰ বান পৰিস্থিতি যদিও এতিয়াও ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ সহস্ৰাধিক গাঁও এতিয়াও পানীৰ তলত । লগতে এতিয়াও পানীৰ তলত সীমান্তৰ প্ৰতিটো বি এছ এফ কেম্প । সীমান্তৰ মহুৰিৰ চৰ, মন্ত্ৰীৰ চৰ, বিন্নাচৰা, গাছপাৰা, চালাপৰা, চৌধুৰীৰ চৰ, বৰ্মণপাৰা আদি কৰি সীমান্তৰ প্ৰতিটো বি অ পিত এতিয়াও একাঁঠু-একঁকাল পানী । ফলত পানীৰ মাজতে হাহাকাৰ কৰিবলগীয়া হৈছে বি এছ এফ জোৱানসকলে ।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।