ETV Bharat / state

আজমল-আবু তাহেৰৰ বিৰুদ্ধে ৰণত নামিব জাবেদ - এ আই ইউ ডি এফ

শুকুৰবাৰে ঘোষণা কৰা হয় ধুবুৰী সংসদীয় সমষ্টিৰ অগপ প্ৰাৰ্থী ৷ প্ৰাৰ্থিত্ব লাভ কৰিয়েই অগপ প্ৰাৰ্থী জাবেদ ইছলামে এ আই ইউ ডি এফ প্ৰধান তথা সমষ্টিটোৰ বৰ্তমানৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৷

বদৰুদ্দিন আজমলক সমালোচনা বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম
author img

By

Published : Mar 30, 2019, 4:32 AM IST

ধুবুৰী,30 মাৰ্চ:শুকুৰবাৰেধুবুৰীৰ শংকৰদেৱ শিশু উদ্যানত অগপ-বিজেপি আৰু বি পি এফৰ এক যৌথ কৰ্মী সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকেঅগপৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ভৱেশ কলিতা আৰুবিপিএফৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী ৷

বদৰুদ্দিন আজমলক সমালোচনা বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম
এই সভাত মিত্ৰজোঁটৰফালৰ পৰা জাবেদ ইছলামৰপ্ৰাৰ্থিত্ব ঘোষণা কৰা হয় ৷ সভাৰ অন্ততমিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলামে জয় 99.99 শতাংশ নিশ্চিত বুলি দাবী কৰে ৷

আনহাতে আজমলৰজৰা-ফুকাৰ প্ৰসংগ উত্থাপন কৰি তীব্র ভাষাৰে সমালোচনা কৰে জাবেদ ইছলামে।

Intro: বিজেপি অগপ আৰু মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম। আজি অগপ বিজেপি আৰু বিপিএফৰ মিত্ৰ দলৰ প্ৰাৰ্থী ঘোষণাৰ পিছতেই প্ৰাৰ্থী জাবেদ ইছলামৰ প্ৰতিক্ৰিয়া। বিপুল জয়ী হব হেনো জাবেদ ইছলাম।

Body: আজি ধুবুৰীৰ পৰা ঘোষণা হল অগপ বিজেপি আৰু বিপিএফৰ মিত্ৰ দলৰ প্ৰাৰ্থী। আজি মিত্ৰ দলৰ প্ৰাৰ্থী ঘোষণাৰ পিছতেই প্ৰাৰ্থী জাবেদ ইছলামৰ প্ৰতিক্ৰিয়া। বিপুল জয়ী হব হেনো জাবেদ ইছলাম। উল্লেখযোগ্য যে, আজি ধুবুৰীৰ শংকৰদেৱ শিশু উদ্যানত মিত্ৰ দলৰ যৌথ কৰ্মী সভাত অগপৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী ভৱেশ কলিতা, বিপিএফৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মোছাহাৰী উপস্থিত থাকে। উক্ত সভাত মিত্ৰ দলৰ ফালৰ পৰা জাবেদ ইছলামক প্ৰাৰ্থীত্ব ঘোষণা কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া জাবেদ ইছলামৰ। মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম ৯৯.৯% জয়ী হব বুলি আশা প্ৰকাশ কৰে। লগতে অগপ বিজেপি বিপিএফৰ উপৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বহু পৰিমাণৰ ভোট লাভ কৰিব বুলি উল্লেখ কৰে জাবেদ ইছলাম। আনহাতে আজমলক জৰাফুঁকাৰ প্ৰসংগ উপস্থাপন কৰি তীব্র ভাষাৰে সমালোচনা কৰে জাবেদ ইছলামে।

Conclusion: উল্লেখযোগ্য যে, কাৰো লগত প্ৰতিদ্বন্দিতা নোহোৱাকৈ জয়ী হব বুলি মিত্ৰ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম আশা প্ৰকাশ কৰে যদিওঁ ভোটাৰ ৰাইজৰ সিদ্ধান্তই হব চূড়ান্ত।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.