ETV Bharat / state

বিলাসীপাৰাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা

author img

By

Published : Sep 22, 2020, 9:12 PM IST

মঙলবাৰৰ দিনটোত বিলাসীপাৰাত সংঘটিত হৈছে দুটাকৈ শোকাৱহ দুৰ্ঘটনা ৷

Bilasipara road accident
বিলাসীপাৰাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা

বিলাসীপাৰা, 22 ছেপ্তেম্বৰঃ মঙলবাৰৰ দিনটোত বিলাসীপাৰাত সংঘটিত হয় দুটাকৈ শোকাৱহ দুৰ্ঘটনা ৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগৰীবাৰীৰ আঙ্গাৰকাটাত অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন স্কুটী আৰোহী ৷ নিহত আৰোহীজন আঙ্গাৰকাটা ২য় খণ্ড গাঁৱৰ চান্দ মিঞা বুলি জানিব পৰা গৈছে ৷ আনহাতে, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাকামাতো দুৰ্ঘটনাগ্ৰস্ত হয় এখন ট্ৰাক ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে তীব্ৰবেগী ট্ৰাকখন ৷

বিলাসীপাৰাত দুটাকৈ শোকাৱহ পথ দুৰ্ঘটনা

লগতে পঢ়ক-প্ৰাক্তন সাংসদৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.