বিলাসীপৰা, 18 ছেপ্টেম্বৰঃ বিলাসীপাৰাত বিজেপিৰ সংবাদমেল ৷ বিলাসীপাৰাস্থিত বিজেপিৰ পূৱ ধুবুৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত কৰা হয় এই সংবাদমেল৷ এই সংবাদমেলতে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৰাষ্ট্ৰীয় একতা অভিযান সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে ৷ মঙলবাৰে বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা জনজাগৰণ সভাৰ কথাও উক্ত সংবাদমেলত ঘোষণা কৰে বিধায়কগৰাকীয়ে৷ এই জনজাগৰণ সভাত কাশ্মীৰৰ বিশেষ মৰ্যদা পৰিহাৰৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব৷
বিলাসীপাৰাত বিজেপিৰ সংবাদমেল - বিলাসীপাৰাত বিজেপিৰ সংবাদমেল
বিলাসীপাৰাত বিজেপিৰ সংবাদমেল ৷ বিলাসীপাৰাস্থিত বিজেপিৰ পূৱ ধুবুৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত কৰা হয় এই সংবাদমেল৷ এই সংবাদমেলতে ৰাষ্ট্ৰীয় একতা অভিযান সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৷
![বিলাসীপাৰাত বিজেপিৰ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4479391-thumbnail-3x2-bilasipar.jpg?imwidth=3840)
বিলাসীপাৰাত বিজেপিৰ সংবাদমেল
বিলাসীপৰা, 18 ছেপ্টেম্বৰঃ বিলাসীপাৰাত বিজেপিৰ সংবাদমেল ৷ বিলাসীপাৰাস্থিত বিজেপিৰ পূৱ ধুবুৰী জিলা সমিতিৰ কাৰ্যালয়ত আয়োজিত কৰা হয় এই সংবাদমেল৷ এই সংবাদমেলতে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে ৰাষ্ট্ৰীয় একতা অভিযান সম্পৰ্কত বিস্তৃতভাৱে আলোকপাত কৰে ৷ মঙলবাৰে বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ’ব লগা জনজাগৰণ সভাৰ কথাও উক্ত সংবাদমেলত ঘোষণা কৰে বিধায়কগৰাকীয়ে৷ এই জনজাগৰণ সভাত কাশ্মীৰৰ বিশেষ মৰ্যদা পৰিহাৰৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হ’ব৷
বিলাসীপাৰাত বিজেপিৰ সংবাদমেল
বিলাসীপাৰাত বিজেপিৰ সংবাদমেল
Intro:Anchor : বিলাসীপাৰাত বুধবাৰে বিজেপিয়ে এখন সংবাদ মেল সম্বোধন কৰে | বিলাসীপাৰাস্থিত বিজেপিৰ পুব ধুবুৰী জিলা সমিতিৰ কাৰ্য্যালয়ত আয়োজিত সংবাদ মেলত পুৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহী উপস্থিত থাকি ৰাষ্ট্ৰীয় একতা অভিযান সম্পৰ্কীয় বিস্তৃত আলোকপাত কৰে | এই উপলক্ষে কাইলৈ বিলাসীপাৰা ৰাজহুৱা খেলপথাৰত এখনি জন জাগৰণ সভা আয়োজন কৰা হৈছে বুলি সংবাদ মেলত সদৰী কৰে বিধায়ক গৰাকীয়ে | Body:ধুবুৰী লোকসভা সমষ্টি ভিত্তিত আয়োজিত জন জাগৰণ সভাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী বিজেপিৰ ৰাজ্যিক উপ সভাপতি বিশ্বৰূপ ভট্টাচাৰ্য, বিমল ওছৱাল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকিব বুলি সদৰি কৰে | সংবাদ মেলত বিধায়ক গৰাকীয়ে আৰু কয় যে এই জন জাগৰণ সভাতে দেশ এক ৰাষ্ট্ৰ এক ইয়াৰ আধাৰত কাশ্মীৰত বিগত ৭০ বছৰে চলি অহা ৩৭০ আৰু ৩৫ এ অনুচ্ছেদ উঠাই দিয়াৰ সন্দৰ্ভত বিশেষ ভাৱে আলোকপাত কৰিব মন্ত্ৰী গৰাকীৰ লগতে দলীয় নেতা দ্বয়ে | সংবাদ মেলত জিলা সভাপতি সুধীৰ চন্দ্ৰ ৰায়, সাধাৰণ সম্পাদক বাদল লাহিড়ী, জিলা যুৱ মৰ্চাৰ উপ সভাপতি অচ্যিন্ত ঘোষ প্ৰমুখ্যে কেইবাগৰাকী নেতা কৰ্মী উপস্থিত থাকে | Conclusion:সংবাদ মেল:: বিধায়ক অশোক কুমাৰ সিংহী,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।