ETV Bharat / state

আছুয়ে নতুন ৰাজনৈতিক দল গঠন কৰিলেও বিজেপিৰ একো ক্ষতি নহয়ঃ ৰঞ্জিত কুমাৰ দাস

author img

By

Published : Aug 17, 2020, 8:55 PM IST

পূৱ বিলাসীপাৰাৰ চাপৰত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ৷ উপস্থিত হৈ গুৰুত্বপূৰ্ণ মন্তব্য সভাপতি গৰাকীৰ ৷ ৰঞ্জিত দাসৰ লগত উপস্থিত থাকে বিধায়ক শিলাদিত্য দেৱ আৰু নাৰায়ন ডেকা,সাংসদ দিলীপ শইকীয়া আৰু উপ সভাপতি-পুলক গোহাঁই ।

Bilashipara Visit BJP Presedent Ranjit Das
আছুয়ে নতুন ৰাজনৈতিক দল গঠন কৰিলেও বিজেপি দলৰ একো ক্ষতি নহয়ঃ ৰঞ্জিত কুমাৰ দাস

বিলাসীপাৰা, 17 আগষ্ট : আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰযোঁটৰ চৰকাৰে মুঠ 100 খন আসন লাভ কৰিব । আছুয়ে নতুন ৰাজনৈতিক দল গঠন কৰিলেও বিজেপি দলৰ একো ক্ষতি নহয় । কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ সদস্যই যদি এটা এটা ভোট সংগ্ৰহ কৰে তেন্তে আমি 84 লাখ ভোট লাভ কৰিম । এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ৷ সোমবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত উপস্থিত হৈ এই মন্তব্য প্ৰদান কৰে সভাপতি গৰাকীয়ে ৷

লগতে, কংগ্ৰেছ, এ আই ইউ ডি এফ মিত্ৰতাই বিজেপিক ক্ষতি নকৰে বৰঞ্চ কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতা হলে বিজেপি লাভান্বিত হ'ব বুলিও সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷ আনকি, সমষ্টি পুন:নিৰ্ধাৰণৰ ক্ষেত্ৰতো মন্তব্য প্ৰদান কৰে ৰাজ্যিক সভাপতি গৰাকীয়ে ৷

উল্লেখ্য় যে, ৰঞ্জিত দাসৰ লগত উপস্থিত থাকে বিধায়ক শিলাদিত্য দেৱ আৰু নাৰায়ন ডেকা, সাংসদ দিলীপ শইকীয়া আৰু উপ সভাপতি-পুলক গোহাঁই ।

লগতে পঢ়ক : আনলক্ 3 প্ৰযোজ্য হোৱাৰ পাছত যোৰহাট চহৰৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.