ETV Bharat / state

বিলাসীপাৰাত বানৰ বাবে অনিদিষ্ট কাললৈ বন্ধ 31নং ৰাষ্ট্ৰীয় ঘাইপথ - ROAD CLOSED

ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিশাৰ পৰা হেজাৰ হেজাৰ যান বাহন আবদ্ধ হৈ পৰিছে

অনিদিষ্ট কাললৈ বন্ধ
author img

By

Published : Jul 17, 2019, 7:53 AM IST

বিলাসীপাৰা,17 জুলাইঃ বিলাসীপাৰাত বৰ্তমানলৈ অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বিলাসীপাৰা মহকুমাৰ ২৪৮ টা পৰিয়ালৰ বাসগৃহ এতিয়াও জলমগ্ন ৷ ৩ লাখ ৮২ হেজাৰ ৮৬৩গৰাকী মানুহ বানৰ কৱলত। ইয়াৰোপৰি বানপানীয়ে গ্ৰাস কৰিছে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিশাৰ পৰা হেজাৰ হেজাৰ যান বাহন আবদ্ধ হৈ পৰিছে। যান বাহনৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা।

Intro:Anchor - বিলাসীপাৰাত আজিও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি | ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বিলাসীপাৰা মহকুমাৰ আজিও জলমগ্ন হৈ আছে ২৪৮ টা পৰিয়ালৰ বাসগৃহ |আৰু ৩ লাখ'৮২ হেজাৰ ৮৬৩গৰাকী মানুহ বানপানী কৱলত। ইয়াৰ সমান্তৰালে বৰলুইতৰ বাঢ়নি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি গৈছে |Body:বিলাসীপাৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যোগাযোগ বিচ্ছিন্ন |
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে ব্ৰহ্মপুত্ৰৰ পানী |
বিলাসীপাৰাৰ টিলাপাৰা মহিষবাথানত ঘাইপথটোত এককাল ওপৰেৰে বাগৰিছে পানী |
প্ৰশাসনে নিশাৰ ভাগত পথটোত চলাচল বন্ধ কৰি দিয়ে |
যাৰ কাৰণে নিশাৰ পৰা হেজাৰ হেজাৰ যান বাহনৰ আবদ্ধ হৈ পৰিছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে। যান বাহনৰ যাত্ৰীসকলৰ মাজত হাহাকাৰ অৱস্থা।Conclusion:Bite : 1. যান বাহন আৰক্ষী
2. চালক
3.বাছৰ যাত্ৰী।

পশ্চিম বিলাসাপাৰাৰ পৰা

আমিনুৰ ইছলাম
ইটিভি ভাৰত আছাম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.