ETV Bharat / state

বিলাসীপাৰাত কৰ'ণাক্ৰান্ত হৈ কনিষ্টবলৰ মৃত্যু

ৰহমানৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰে সম্পূৰ্ণ বিলাসীপাৰা অঞ্চল ৷ উল্লেখ্য যে,এই পৰ্যন্ত সমষ্টিটোত কোভিডৰ ফলত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷

Bilashipara
বিলাসীপাৰা
author img

By

Published : Sep 18, 2020, 6:13 PM IST

বিলাসীপাৰা, 18 ছেপ্টেম্বৰঃ বিলাসীপাৰাত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হয় এজন কনিষ্টবলৰ ৷ বিগত ৪/৫ দিন ধৰি জ্বৰ-কাহত ভুগি আছিল লুতফৰ ৰহমান নামৰ কনিষ্টবলজন ৷ শুকুৰবাৰে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্য অৱনতি ঘটাত লোকজনক বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

বিলাসীপাৰাত কৰ'ণাক্ৰান্ত হৈ কনিষ্টবলৰ মৃত্যু

লগতে পঢ়কঃ অচিন মুখৰ এটি চিনাকি হাঁহি

অৱশেষত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় 38 বছৰীয়া কনিষ্টবলজনৰ ৷ বিলাসীপাৰা আৰক্ষী থানাত কনিষ্টবল পদত নিযুক্ত আছিল লুতফৰ ৰহমান ৷ মৃত লোকজনৰ ঘৰ বিলাসীপাৰাৰ লক্ষীগঞ্জত ৷ ৰহমানৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰে সম্পূৰ্ণ বিলাসীপাৰা অঞ্চল ৷ উল্লেখ্য যে,এই পৰ্যন্ত সমষ্টিটোত কোভিডৰ ফলত মৃতকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.