ETV Bharat / state

'লাভ জিহাদ'ৰ বিৰুদ্ধে প্ৰতিবাদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ

author img

By

Published : Sep 21, 2019, 5:22 PM IST

বিলাসীপাৰাত লাভ জিহাদৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ

লাভ জিহাদৰ বিৰুদ্ধে প্ৰতিবাদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ

বিলাসীপাৰা 21 চেপ্তেম্বৰ : বিলাসীপাৰাৰ গান্ধীচকত ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ ৷ 'লাভ জিহাদ' বন্ধৰ দাবীত বিলাসীপাৰা জিলা বজৰং দলে শনিবাৰে সাব্যস্ত কৰে এই প্ৰতিবাদ | প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে লাভ জিহাদৰ ঘটনা বন্ধ কৰাত চৰকাৰ, প্ৰশাসন ব্যৰ্থৰ অভিযোগ উত্থাপণ কৰে বজৰংগ দলে ৷ আনহাতে দৰঙৰ বুঢ়া আৰক্ষী চকীৰ বিষয়া মহেন্দ্ৰ শৰ্মাক বিনাচৰ্তে চাকৰিত মকৰল কৰাৰো দাবী তুলিছে সংগঠনটোৱে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বজৰং দলৰ ৷

বিলাসী পাৰাত লাভ জিহাদৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰংগ দলৰ প্ৰতিবাদ

উল্লেখযোগ্য যে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাক তিনি গৰাকী মহিলাক থানালৈ আনি বৰ্বৰভাৱে মাৰ-পিট কৰা বিতৰ্কিত ঘটনা সন্দৰ্ভত নিলম্বিত কৰা হৈছে ৷ বিলাসীপাৰাত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদকাৰী সকলে লাভ জেহাদ বন্ধ কৰক, অসম পুলিচ জিন্দাবাদ, মহেন্দ্ৰ শৰ্মাক বিনা-চৰ্তে চাকৰিত মকৰল কৰক আদি শ্ল'গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷

Intro:A.I.বিলাসীপাৰা শনিবাৰে চহৰৰ গান্ধী চকত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ |
লব জেহাদৰ ঘটনা বন্ধ কৰাত চৰকাৰ, প্ৰশাসন ব্যৰ্থৰ অভিযোগ |
লব (Love) জেহাদ বন্ধৰ দাবীত বিলাসীপাৰা জিলা বজৰং দলে সাব্যস্ত কৰে এই প্ৰতিবাদ |
বুঢ়া আৰক্ষী চকীৰ বিষয়া মহেন্দ্ৰ শৰ্মাক বিনাচৰ্তে চাকৰিত মকৰল কৰাৰো দাবী |
অন্যথা ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বজৰং দলৰ |Body:A.I.বিলাসীপাৰা শনিবাৰে চহৰৰ গান্ধী চকত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিবাদ |
লব জেহাদৰ ঘটনা বন্ধ কৰাত চৰকাৰ, প্ৰশাসন ব্যৰ্থৰ অভিযোগ |
লব (Love) জেহাদ বন্ধৰ দাবীত বিলাসীপাৰা জিলা বজৰং দলে সাব্যস্ত কৰে এই প্ৰতিবাদ |
বুঢ়া আৰক্ষী চকীৰ বিষয়া মহেন্দ্ৰ শৰ্মাক বিনাচৰ্তে চাকৰিত মকৰল কৰাৰো দাবী |
অন্যথা ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বজৰং দলৰ |Conclusion:Byte :- প্ৰতিবাদকাৰী

পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.