ধুবুৰী, 6 ছেপ্তেম্বৰঃ অসম বংগ সীমান্তৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্প্ৰতি পৰিণত হৈছে চোৰাং সামগ্ৰী সৰবৰাহৰ এক ক’ৰিডৰত ৷ শনিবাৰে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত বগৰিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হয় এখন অবৈধ চুপাৰি ভৰ্তি ট্ৰাকৰ লগতে 3 খন ধপাত জাতীয় সামগ্ৰীৰ ট্ৰাক ৷ উল্লেখ্য যে, মেঘালয়ৰ পৰা পশ্চিম বংগলৈ চুপাৰিখিনি অবৈধভাৱে সৰবৰাহৰ লগতে পশ্চিম বংগৰ পৰা গোৱালপাৰা আৰু ত্ৰিপুৰালৈ আনি থকা হৈছিল ধপাতখিনি ৷ জব্দকৃত বাহনকেইখনৰ আটাইকেইজন চালকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷
বগৰিবাৰীত জব্দ চোৰাং সামগ্ৰী ভৰ্তি চাৰিখনকৈ ট্ৰাক - Bagribari police seized illegal tobacco truck
শনিবাৰে বগৰিবাৰী আৰক্ষীৰ এক অভিযানত জব্দ হয় এখন অবৈধ চুপাৰি ভৰ্তি ট্ৰাকৰ লগতে 3 খন ধপাত জাতীয় সামগ্ৰীৰ ট্ৰাক ৷ জব্দ হোৱা সামগ্ৰীখিনিৰ লগতে আৰক্ষীয়ে আটক কৰে বাহন কেইখনৰ আটাইকেইজন চালকক ৷
বগৰিবাৰীত জব্দ চোৰাং সামগ্ৰী ভৰ্তি চাৰিখনকৈ ট্ৰাক