ETV Bharat / state

ধুবুৰীত উন্নয়নৰ ক্ষেত্ৰ ভিত্তিক তদন্ত বিধায়িনী দলৰ প্ৰতিনিধিৰ

author img

By

Published : Sep 25, 2019, 10:08 PM IST

অসম বিধান সভাৰ আৱন্টন সমিতিৰ অধ্যক্ষ তথা বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত যোৱা পাঁচ জনীয়া বিধায়িনী দল ধুবুৰীত উপস্থিত হৈ জিলা খনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি গড়কাপ্তানী বিভাগ, সমাজকল্যাণ বিভাগ, কৃষি বিভাগ আৰু মীন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বুজ লৈ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰে ৷

ধুবুৰীত উন্নয়নৰ ক্ষেত্ৰ ভিত্তিত তদন্ত বিধায়িনী দলৰ প্ৰতিনিধিৰ

ধুবুৰী, 25 ছেপ্টেম্বৰঃ ধুবুৰীত উপস্থিত অসম বিধান সভাৰ বিধায়িনী দলৰ প্ৰতিনিধি ৷ গুৰুত্বপূৰ্ণ চাৰিটা বিভাগৰ কাম কাজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত ৷ অসম বিধান সভাৰ আৱন্টন সমিতিৰ অধ্যক্ষ তথা বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত গৈছিল পাঁচ জনীয়া বিধায়িনী দলটো ৷ এই বিধায়িনী দলটোত আছিল ধিঙৰ বিধায়ক অমিনুল ইছলাম, কলাইগাঁওৰ বিধায়ক মহেশ্বৰ বড়ো, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুচেইন ছিকদাৰ আৰু ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ লগতে কেইবাজনো বিষয়া ৷ বিধায়িনী দলটোৱে জিলা খনৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি গড়কপ্তানী বিভাগ, সমাজকল্যাণ বিভাগ, কৃষি বিভাগ আৰু মীন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বুজ লৈ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰে । ইয়াৰ পাচতেই ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উক্ত বিভাগ কেইটাৰ সৈতে জড়িত থকা বিভাগীয় বিষয়া অভিযন্তা সকলক লৈ এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয় । এই সভাতে বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতি সম্পৰ্কে মত বিনিময় কৰে বিধায়িনী দলটোৱে ৷

ইপিনে ক্ষেত্ৰ ভিত্তিক তদন্ত কৰাৰ পাচত সংবাদ মাধ্যমত মুখ খুলিব নোৱাৰে বুলি কৈ উল্লেখিত চাৰিটা বিভাগৰ কাম কাজত অসন্তুষ্টি প্ৰকাশ কৰে অধ্যক্ষ বৃন্দাবন গোস্বামীয়ে । উল্লেখযোগ্য যে, ক্ষেত্ৰ ভিত্তিক তদন্তৰ প্ৰতিবেদন অসম বিধান সভাৰ অধিৱেশনত দাখিল কৰা হ'ব বুলি জানিবলৈ দিয়ে বৃন্দাৱন গোস্বামীয়ে ৷

আনফালে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক খনৰ বিৰোধীতা কৰিছো বুলিও উল্লেখ কৰে অগপ নেতা গৰাকীয়ে ।
মন কৰিব লগীয়া যে , কেইদিনমান পূৰ্বে অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ধুবুৰীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কক অগপ দলে আলোচনাৰ মাজেৰে সমৰ্থন কৰিব বুলি উল্লেখ কৰিছিল । তেনে পৰিস্থিতিত বৃন্দাবন গোস্বামীয়ে কেবক বিৰোধীতা কৰা বুলি মন্তব্য কৰাটোৱে অগপৰ নিজৰ মাজতে যে এই সন্দৰ্ভত অন্ত কন্দল আছে সেই কথা স্পষ্ট কৰি দিছে

Intro:ধুবুৰীত অসম বিধান সভাৰ বিধায়িনী দল। বিধায়ক নেতৃত্বত পাঁচজনীয়া বিধায়িনী দল ধুবুৰীত উপস্থিত হৈ ধুবুৰী চাৰিটা বিভাগৰ উন্নয়ন মূলক কাম কাজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰে। চাৰিটা বিভাগৰ কাম কাজৰ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰি অসন্তোষ্টি প্ৰকাশ বিধায়িনী দলৰ।

Body:

হঠাৎ ধুবুৰীত উপস্থিত অসম বিধান সভাৰ পাঁচ জনীয়া বিধায়িনী দল। অসম বিধান সভাৰ আৱন্টন সমিতিৰ অধ্যক্ষ তথা বিধায়ক বৃন্দাবন গোস্বামীৰ নেতৃত্বত পাঁচ জনীয়া বিধায়িনী দল মঙ্গলবাৰে উপস্থিত হয় ধুবুৰীত। আজি বৃন্দাৱন গোস্বামীৰ নেতৃত্বত ধিঙৰ বিধায়ক অমিনুল ইছলাম, কলাইগাঁওৰ বিধায়ক মহেশ্বৰ বড়ো, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুচ্ছাইনে শিখদাৰ, ভৱানীপুৰৰ বিধায়ক আবুল কালাম আজাদৰ লগতে অসম বিধানসভাৰ কেইবাজনো বিষয়া আৰু ধুবুৰীৰ চাৰিটা বিভাগৰ বিষয়া লৈ এটি সজাতি দল ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত গৈ গড়কপ্তানী বিভাগ, সমাজকল্যাণ বিভাগ, কৃষি বিভাগ আৰু মীন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বুজ লৈ ক্ষেত্ৰ ভিত্তিক তদন্ত কৰে। ইয়াৰ পিছতেই ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত গড়কপ্তানী বিভাগ, সমাজকল্যাণ বিভাগ, কৃষি বিভাগ আৰু মীন বিভাগকে ধৰি নিৰ্দিষ্ট চাৰিটা বিভাগৰ সৈতে জড়িত থকা বিভাগীয় বিষয়া অভিযন্তা সকলক লৈ এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়। জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীৰ উপস্থিতিত উপস্থিত থকা চাৰিটা বিভাগৰ বিষয়া অভিযন্তাৰ সৈতে বিভিন্ন আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতি সম্পৰ্কে মত বিনিময় কৰে বিধায়িনী দলৰ অধ্যক্ষ বৃন্দাবন গোস্বামী সহ বিধায়িনী দলটোৱে। ইপিনে ক্ষেত্ৰ ভিত্তিক তদন্ত কৰাৰ পিছত সংবাদ মাধ্যমত মুখ খুলিব নোৱাৰে বুলি কৈ উল্লেখিত চাৰিটা বিভাগৰ কাম কাজত অসন্তোষ্টি প্ৰকাশ কৰে অধ্যক্ষ বৃন্দাবন গোস্বামীয়ে। উল্লেখযোগ্য যে, ক্ষেত্ৰ ভিত্তিক তদন্তৰ প্ৰতিবেদন অসম বিধান সভাৰ অধিৱেশনত দাখিল কৰা হব বুলি উল্লেখ কৰে অধ্যক্ষ বৃন্দাৱন গোস্বামীয়ে।

Byte:- বৃন্দাৱন গোস্বামী, বিধায়ক।

ইপিনে বিজেপিয়ে জাতিধ্বংসী বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধায়ক চমুকৈ কেবকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিতৰ্কিত বিধায়কৰ বিৰোধিতা কৰা বুলিও উল্লেখ কৰে অগপ নেতা তথা বিধায়ক বৃন্দাৱন গোস্বামীয়ে।

Byte:- বৃন্দাৱন গোস্বামী, বিধায়ক।

Conclusion:লক্ষণীয় বিষয় যে, কেইদিনমান পূৰ্বে অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ধুবুৰীত উপস্থিত হৈ নাগৰিকত্ব সংশোধনী বিধেয়কক অগপ দলে আলোচনাৰ মাজেৰে সমৰ্থন কৰিব বুলি উল্লেখ কৰিছিল। যদিওঁ পৰৱৰ্তী সময়ত অগপ দলে কেনে ভূমিকা গ্ৰহণ কৰে সেয়া এক গুৰুত্বপূৰ্ণ বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.