ETV Bharat / state

ৰাজ্যত 27 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা

author img

By

Published : Apr 7, 2020, 10:02 AM IST

Updated : Apr 7, 2020, 10:13 AM IST

ধুবুৰীত আৰু এজন লোক কৰ'ণাত আক্ৰান্ত ৷ ব্যক্তিজনৰ সংযোগ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাৰ লগত ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সদৰী কৰে এই তথ্য ৷

assam health minister himanta biswa sarma's tweet on covid-19
ৰাজ্যত 27 জনলৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা

নিউজ ডেস্ক,7 এপ্ৰিলঃ ধুবুৰী জিলাত COVID-19ত আক্ৰান্ত এজন লোক ৷ ব্যক্তিজনৰ সংযোগ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাৰ লগত ৷ শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰী কৰে এই কথা ৷ উল্লেখনীয় যে, COVID-19ত আক্ৰান্ত 27 জনৰ 26 জনৰে সংযোগ নিজামুদ্দিন মাৰ্কাজৰ ঘটনাৰ লগত ৷

  • Alert ~ one more #Covid_19 positive case from Dhubri District has been confirmed, taking the total number in Assam to 27.

    This patient is related to #NizamuddinMarkaz event in Delhi.

    Update at 9.25 am / April 7

    — Himanta Biswa Sarma (@himantabiswa) April 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

Last Updated : Apr 7, 2020, 10:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.