- ধুবুৰীৰ ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকীত উত্তপ্ত পৰিস্থিতি
- অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত হাতে হাতে প্লেকাৰ্ড লৈ নিৰীক্ষণ চকী ঘেৰাও ৰাইজৰ
- ২৪ মে'ত নিখোজ হৈছিল ক্ষুদ্ৰ ব্যৱসায়ী মনচেৰ আলি
- ফোনযোগে পাচ লাখ টকা মুক্তিপণৰ দাবী অপহৰণকাৰী
- ধৰ্মশালা আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিচতো সন্ধান নোলাল মনচেৰ আলি
- দুই সন্তানৰ পিতৃ মনসেৰ আলীৰ সন্ধানহীন হৈ থকাত শোঁকত ভাগি পৰিছে পত্নী সহ পৰিয়ালটোধুবুৰীত অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত আৰক্ষী চকী ঘেৰাও ৰাইজৰ
অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত ধৰ্মশালা আৰক্ষী চকী - ধৰ্মশালা
২৪ মে'ৰ পৰা নিখোজ হৈ আছে ক্ষুদ্ৰ ব্যৱসায়ী মনচেৰ আলি
![অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি উত্তপ্ত ধৰ্মশালা আৰক্ষী চকী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3487753-thumbnail-3x2-hgh.jpg?imwidth=3840)
ধুবুৰীত অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত আৰক্ষী চকী ঘেৰাও ৰাইজৰ
- ধুবুৰীৰ ধৰ্মশালা আৰক্ষী নিৰীক্ষণ চকীত উত্তপ্ত পৰিস্থিতি
- অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত হাতে হাতে প্লেকাৰ্ড লৈ নিৰীক্ষণ চকী ঘেৰাও ৰাইজৰ
- ২৪ মে'ত নিখোজ হৈছিল ক্ষুদ্ৰ ব্যৱসায়ী মনচেৰ আলি
- ফোনযোগে পাচ লাখ টকা মুক্তিপণৰ দাবী অপহৰণকাৰী
- ধৰ্মশালা আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিচতো সন্ধান নোলাল মনচেৰ আলি
- দুই সন্তানৰ পিতৃ মনসেৰ আলীৰ সন্ধানহীন হৈ থকাত শোঁকত ভাগি পৰিছে পত্নী সহ পৰিয়ালটোধুবুৰীত অপহৰণ কেন্দ্ৰিক গোচৰৰ ভিত্তিত আৰক্ষী চকী ঘেৰাও ৰাইজৰ
SLUG- A_DHB_801_802_06JUN_PUBLIC_PROTEST_VIS+BYTE_SHAHANUR
( Files send through FTP )
Byte:- প্ৰতিবাদকাৰী আৰু পত্নী
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।