- বিলাসীপাৰাত মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্স দুৰ্ঘটনাত পতিত ৷
- স্থানীয় নয়াহাটত নিশা 8 বজাত সংঘটিত হয় দুৰ্ঘটনাটো ৷
- দুৰ্ঘটনাৰ ফলত আহত হয় তিনিগৰাকী লোক ৷
- বাহনখনত থকা মৃতদেহটো মাধৱী ৰায়ৰ বুলি জানিব পৰা গৈছে ৷
- ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত ৷
- এম্বুলেন্স খনৰ নম্বৰ AS 19 C 8205 আৰু ট্ৰাক খনৰ নম্বৰ AS 18 C 7086 বুলি জানিব পৰা গৈছে ৷
মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্থ - তিনিগৰাকী লোক গুৰুতৰভাৱে আহত
বিলাসীপাৰাত মৃতদেহ কঢ়িয়াই অনা এখন এম্বুলেন্স দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাটোত বাহনখনত থকা তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷
মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্থ
- বিলাসীপাৰাত মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্স দুৰ্ঘটনাত পতিত ৷
- স্থানীয় নয়াহাটত নিশা 8 বজাত সংঘটিত হয় দুৰ্ঘটনাটো ৷
- দুৰ্ঘটনাৰ ফলত আহত হয় তিনিগৰাকী লোক ৷
- বাহনখনত থকা মৃতদেহটো মাধৱী ৰায়ৰ বুলি জানিব পৰা গৈছে ৷
- ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত ৷
- এম্বুলেন্স খনৰ নম্বৰ AS 19 C 8205 আৰু ট্ৰাক খনৰ নম্বৰ AS 18 C 7086 বুলি জানিব পৰা গৈছে ৷
Intro:Anchor - বিলাসীপাৰাৰ নয়াহাটত বৃহস্পতিবাৰে নিশা ৮ টা মান বজাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনাৰ |
মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্সৰ সৈতে মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ লাগে |
সংঘৰ্ষত এম্বুলেন্সত থকা মৃতদেহৰ ভাতৃ ভগ্নীৰ লগতে চালক জন গুৰুতৰ ভাবে আহত হয় |
মৃতদেহটো মাধৱী ৰায়ৰ বুলি জানিব পৰা গৈছে |
মাধৱী ৰায়ৰ ঘৰ গোলকগঞ্জৰ লোহাজানিত |Body:মৃতদেহটো গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হস্পিতেলৰ পৰা গৃহ অভিমূখে আনি আছিলে |
দুৰ্ঘটনাত পতিত এম্বুলেন্স খনৰ নম্বৰ AS 19C - 8205 আৰু ট্ৰাক খনৰ নম্বৰ AS 18C - 7086 ।
দুৰ্ঘটনাটো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নয়াহাট সংঘটিত হয় | পথৰ ওপৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ বাবে পথছোৱাত আৱদ্ধ হৈ পৰে শ শ যান বাহন | ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল |
এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে |Conclusion:Bite 1 স্থানীয় নাগৰিক
2. মৃতদেৰ ভাতৃ,
পশ্চিম বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম
ইটিভি ভাৰত অসম।