ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ-শৃংখল কাৰ্যসূচী

author img

By

Published : Jul 23, 2020, 3:31 PM IST

পূৱ বিলাসীপাৰাৰ চাপৰত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত চাপৰ আঞ্চলিক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে কৃষক নেতাগৰাকীক অতি শীঘ্ৰে মুক্তিৰ দাবী জনাই ৷

Akhil gogoi_Demand for release_CRPL_SLSM
অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ-শৃংখল কাৰ্যসূচী

পূৱ বিলাসীপাৰা, ২৩ জুলাই: ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাৰ চাপৰত কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ-শৃংখল কাৰ্যসূচী ৷ চাপৰ আঞ্চলিক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ নগৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ জিলাখনৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা কৰ্মীসকলে অখিল গগৈ জিন্দাবাদ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ প্ৰতিবাদকাৰীসকলে কৃষক নেতাগৰাকীক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ লগতে চৰকাৰে দিল্লীৰ পৰা নতুন অধিবক্তা আনি কৃষক নেতা গৰাকীৰ মুক্তিৰ বাবে নতুন নাটকৰ আৰম্ভণি কৰিব বিচাৰিছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷

অন্য এক খবৰৰ বাবে: বান বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, দিশহাৰা বন্যপ্ৰাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.