ETV Bharat / state

পত্নীৰ বাহিৰে কাৰোৰে লগত গোপন মিত্ৰতা নাইঃবদৰুদ্দিন আজমল

ধুবুৰী সমষ্টিত কংগ্ৰেছৰ কোনো এগৰাকী নেতাৰ তেওঁৰ বিৰুদ্ধে প্ৰতিদন্দ্বিতা কৰাৰ সাহস নাই বুলিও গভীৰ আত্মবিশ্বাসেৰে কয় এ আই ইউ ডি এফৰ সভাপতিজনে

পত্নীৰ বাহিৰে কাৰোৰে লগত গোপন মিত্ৰতা নাই - বদৰুদ্দিন আজমল
author img

By

Published : Mar 24, 2019, 6:03 PM IST

ধুবুৰী,২৪ মাৰ্চঃ শনিবাৰে বিলাসীপাৰাৰ টিয়াপাৰাত অনুষ্ঠিত এখন জন সভাত উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, পত্নীৰ বাহিৰে কাৰো লগত নাই তেওঁৰ কোনো গোপন মিত্ৰতা ।

ইফালে জন সভাখনত তেওঁৰ বিৰুদ্ধে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ কোনো এগৰাকী নেতাৰ প্ৰতিদন্দ্বিতা কৰাৰ সাহস নাই বুলিও গভীৰ আত্মবিশ্বাসেৰে কয়এ আই ইউ ডি এফৰ সভাপতিজনে । অৱশ্যে সংখ্যালঘু বসতি প্ৰধান সমষ্টিটোৰ বাসিন্দাই এইবাৰ নেতাগৰাকীক কেনেদৰে আঁকোৱালি লয়,সেইয়া সময়তহে লক্ষণীয় হ'ব ।

Intro:শনিবাৰে আবেলি পশ্চিম বিলাসীপাৰা টিয়াপাৰাত অনুষ্ঠিত এখন জনাকীৰ্ণ সভাত উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনত এ আই ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকী কয় পত্নীৰ বাহিৰে কাৰো লগত নাই মোৰ গোপন মিত্ৰতা,Body:A.I.আগন্তুক লোকসভা নিৰ্বাচনত এ আই ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ ৰাজ্যৰ বিভিন্ন মহলত ব্যাপক চৰ্চা হোৱাৰ সময়ত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকী কয় পত্নীৰ বাহিৰে কাৰো লগত নাই মোৰ গোপন মিত্ৰতা,সকলোৱে মোক ভয় খায়।এই অদ্ভুত ভাষ্য এ আই ইউ ডি এফ দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ।শনিবাৰে আবেলি পশ্চিম বিলাসীপাৰা টিয়াপাৰাত অনুষ্ঠিত এখন জনাকীৰ্ণ সভাত উপস্থিত থাকি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ আজমলে এই দৰে কয়।সকলোৱে তেওঁৰ সৈতে গোপন মিত্ৰতা কৰিবলৈ ভয় খায়,কিন্তু কেৱল তেওঁৰ পত্নী হে তেওঁৰ সৈতে গোপন মিত্ৰতা কৰিছে।পিছে আজমলৰ মতে এই মিত্ৰতা 45 বছৰ আগৰ হে বুলি ও মন্তব্য প্ৰকাশ কৰে আজমলে লগতে আছে এৰাই চলা পৰিলক্ষিত হয় ৷Conclusion:ইফালে এই জনাকীৰ্ণ সভাত তেওঁৰ বিৰুদ্ধে ধুবুৰী সমষ্টিত কংগ্ৰেছৰ কোনো এগৰাকী নেতাৰ প্ৰতিদন্দ্বিতা কৰাৰ সাহস নাই বুলি আত্ম অহংকাৰৰ সৈতে ভাষণ দিলে আজমলে। আৰু বিজেপি, এ জে পি ৰ ধুবুৰীত যেনেকৈ খালী জুলি লৈ আহিব তেনেকৈ খালী জুলি যাব লগতে কয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিথ্যাচাৰ আৰু চৌকীদাৰ বুলি আখ্যা দিয়ে সাংসদ গৰাকী।সংখ্যালঘু বসতি প্ৰধান সমষ্টিটোত ধৰ্মীয় আবেগ অনুভুতি সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱা নেতা গৰাকীক সমষ্টি বাসীয়ে এই বাৰ কিদৰে আকোৱালি লব সেয়া অহা ২৩ এপ্ৰিলত স্পষ্ট হৈ পৰিব |
BYTE:- আজমল
বিলাসীপাৰাৰ পৰা
আমিনুৰ ইছলাম,
etv bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.