ধেমাজি , 1 চেপ্তেম্বৰ : শেহতীয়াকৈ বানৰ পিছত তীব্ৰ গৰমে দহিছে ৰাজ্যবাসীক । প্ৰখৰ ৰ'দৰ ফলত চিৰাল ফাট মেলিছে খেতি - পথাৰত । পিছে কৃষকৰ পথাৰত পানী যোগানৰ বাবে চৰকাৰৰ জলসিঞ্চন বিভাগৰ অভিলাষী পানী যোগান আচঁনিসমূহ কেৱল নামতহে আছে । এই আচঁনিসমূহৰ পৰা নোলায় এটুপিও পানী । যাৰ ফলত পানীৰ অভাৱত চিৰাল ফাট মেলিছে কৃষকৰ সেউজীয়া পথাৰ । ধেমাজি জলসিঞ্চন সংমণ্ডলৰ অধীনৰ বঙালমাৰী DTW ৪ নং পইণ্ট ৰ -২০১২-১৩ আঁচনিখন আৰু গোহাঁইবাৰী পানী যোগান আঁচনিখন দীৰ্ঘদিন ধৰি বিকল হৈ পৰিত্যক্ত হৈ আছে । যাৰ ফলত কৃষকে খৰাং বতৰত পথাৰত দিব পৰ নাই এটুপিও পানী । কিন্তু আশ্চৰ্যজনক কথা যে অঞ্চলতটোৰ ৰাইজে বাৰাম্বাৰ অৱগত কৰি অহাৰ পিছতো আজিকোপতি ,সংশ্লিষ্ট বিভাগে অঞ্চলটোৰ কৃষকৰ বাবে কাৰ্যক্ষম কৰি তুলিব পৰা নাই অভিলাষী আঁচনিকেইখন ।
ধেমাজিত ধোঁৱচাঙত জলসিঞ্চন আচঁনি - খেতি - পথাৰত চিৰাল ফাট
ধেমাজিত পৰিত্যক্ত জলসিঞ্চন বিভাগৰ পানী যোগান আচঁনি । খেতি - পথাৰত চিৰাল ফাট ৷
ধেমাজি , 1 চেপ্তেম্বৰ : শেহতীয়াকৈ বানৰ পিছত তীব্ৰ গৰমে দহিছে ৰাজ্যবাসীক । প্ৰখৰ ৰ'দৰ ফলত চিৰাল ফাট মেলিছে খেতি - পথাৰত । পিছে কৃষকৰ পথাৰত পানী যোগানৰ বাবে চৰকাৰৰ জলসিঞ্চন বিভাগৰ অভিলাষী পানী যোগান আচঁনিসমূহ কেৱল নামতহে আছে । এই আচঁনিসমূহৰ পৰা নোলায় এটুপিও পানী । যাৰ ফলত পানীৰ অভাৱত চিৰাল ফাট মেলিছে কৃষকৰ সেউজীয়া পথাৰ । ধেমাজি জলসিঞ্চন সংমণ্ডলৰ অধীনৰ বঙালমাৰী DTW ৪ নং পইণ্ট ৰ -২০১২-১৩ আঁচনিখন আৰু গোহাঁইবাৰী পানী যোগান আঁচনিখন দীৰ্ঘদিন ধৰি বিকল হৈ পৰিত্যক্ত হৈ আছে । যাৰ ফলত কৃষকে খৰাং বতৰত পথাৰত দিব পৰ নাই এটুপিও পানী । কিন্তু আশ্চৰ্যজনক কথা যে অঞ্চলতটোৰ ৰাইজে বাৰাম্বাৰ অৱগত কৰি অহাৰ পিছতো আজিকোপতি ,সংশ্লিষ্ট বিভাগে অঞ্চলটোৰ কৃষকৰ বাবে কাৰ্যক্ষম কৰি তুলিব পৰা নাই অভিলাষী আঁচনিকেইখন ।
Body: ধেমাজিত পৰিত্যক্ত জলসিঞ্চন বিভাগৰ পানী যোগান আচঁনি । খেতি - পথাৰত চিৰাল ফাট ।
ধেমাজি , 1 চেপ্তেয্বৰ : শেহতীয়াকৈ বানৰ পিছত তীব্ৰ গৰমে দহিছে ৰাজ্যবাসীক । প্ৰখৰ ৰদৰ ফলত চিৰাল ফাট মেলিছে খেতি - পথাৰত । পিছে কৃষকৰ পথাৰত পানী যোগানৰ বাবে চৰকাৰৰ জলসিঞ্চন বিভাগৰ অভিলাষী পানী যোগান আচঁনিসমূহ কেৱল নামতহে আছে । এই আচঁনিসমূহৰ পৰা নোলায় এটুপিও পানী । যাৰ ফলত পানীৰ অভাৱত চিৰাল ফাঁট মেলিছে কৃষকৰ সেউজীয়া পথাৰ । ধেমাজি জলসিঞ্চন সংমণ্ডলৰ অধীনৰ বঙালমাৰী DTW ৪ নং প ইণ্ট ৰ -২০১২-১৩ আচনিখন আৰু গোহাঁইবাৰী পানী যোগান আচনিখন দীৰ্ঘদিন ধৰি বিকল হৈ পৰিত্যক্ত হৈ আছে । যাৰ ফলত কৃষকে খৰাং বতৰত পথাৰত দিব পৰ নাই এটুপিও পানী । কিন্তু আশ্চৰ্যজনক কথা যে অঞ্চলতটোৰ ৰাইজে বাৰাম্বাৰ অৱগত কৰি অহাৰ পিছতো আজিকোপতি ,সংশ্লিষ্ট বিভাগে অঞ্চলটোৰ কৃষকৰ বাবে কাযক্ষম কৰি তুলিব পৰা নাই অভিলাষী আচনিকেইখন ।
byte...1..2
pradunya Bharali , Dhemaji , Assam, 1/9/2019
Conclusion: