ETV Bharat / state

জোনাইত বৃহৎ পৰিমাণৰ ভাঙৰ বস্তা জব্দ, চাৰি সৰবৰাহকাৰীক আটক - ভাং ভৰ্তি বস্তা

বৃহস্পতিবাৰে নিশা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে জোনাই ৰিগবি গাঁৱত অভিযান চলায় ৷ এই অভিযানত আৰক্ষীৰ দলটোৱে গাঁওখনৰ পৰা এক বস্তা ভাংসহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Weed seized at jonai) ৷

Weed seized at jonai
Weed seized at jonai
author img

By

Published : Sep 16, 2022, 1:52 PM IST

জোনাই, 16 ছেপ্টেম্বৰ: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলি থকাৰ সময়তে ধেমাজি জিলাৰ জোনাইৰ ৰিগবি গাঁৱত ভাং ভৰ্তি বস্তা জব্দ কৰা হৈছে ৷ এক গোপন সূত্ৰ পম খেদি বৃহস্পতিবাৰে নিশা জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেত্ৰকমল শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে জোনাই ৰিগবি গাঁৱত অভিযান চলায় (Weed seized at jonai) ৷

এই অভিযানত আৰক্ষীৰ দলটোৱে গাঁওখনৰ পৰা এক বস্তা ভাংসহ চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (4 smuggler arrested)৷ আটকাধীন চাৰি সৰবৰাহকাৰী সোৰামনি ৰেগন, লক্ষ্মীনাথ পাৱ, জয় পাৱ আৰু বুলি পেগু ৷

জোনাইত বৃহৎ পৰিমানৰ ভাঙৰ বস্তা জব্দ

আৰক্ষীয়ে জনোৱা অনুসৰি যোৱা কিছুদিনৰ পৰা উক্ত অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ হয় থকা বুলি আৰক্ষীয়ে বিভিন্ন তথ্য লাভ কৰিছিল ৷ সম্প্ৰতি জোনাই মহকুমাত ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: নলবাৰীৰ ঘগ্ৰাপাৰত ৰে’লৱে দলঙৰ তলত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.