- ধেমাজিত আলফা স্বাধীনৰ সদস্য গ্ৰেপ্তাৰ
- বৃহস্পতিবাৰে ধেমাজিৰ লাইপুলীয়াত ৰাষ্ট্ৰীয় পতাকা দাহ কৰি আলফাৰ পতাকা উত্তোলনত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ
- তিনিচুকীয়াৰ পানীতোলাৰ পৰা ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চম্পক বৰুৱা ওৰফে নাকু আৰু দিশ্যাংক গগৈ ওৰফে বুটুক
- বৰ্তমান দুয়োজন যুৱককে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে
আলফাৰ পতাকা উত্তোলন : আৰক্ষীৰ জালত আলফা সদস্য
বৃহস্পতিবাৰে ধেমাজিৰ লাইপুলীয়াত ৰাষ্ট্ৰীয় পতাকা দাহ কৰি আলফাৰ পতাকা উত্তোলনত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুই আলফা সদস্য ৷
আলফাৰ পতাকা উত্তোলন : আৰক্ষীৰ জালত আলফা সদস্য
- ধেমাজিত আলফা স্বাধীনৰ সদস্য গ্ৰেপ্তাৰ
- বৃহস্পতিবাৰে ধেমাজিৰ লাইপুলীয়াত ৰাষ্ট্ৰীয় পতাকা দাহ কৰি আলফাৰ পতাকা উত্তোলনত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ
- তিনিচুকীয়াৰ পানীতোলাৰ পৰা ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চম্পক বৰুৱা ওৰফে নাকু আৰু দিশ্যাংক গগৈ ওৰফে বুটুক
- বৰ্তমান দুয়োজন যুৱককে সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে
Intro:ধেমাজিত পুনৰ আলফা সদস্য গ্ৰেপ্তাৰ ৷Body:ধেমাজিত পুনৰ আলফা সদস্য গ্ৰেপ্তাৰ ৷
ধেমাজি , ১০ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত পুনৰ আলফা সদস্য গ্ৰেপ্তাৰ বাতৰিয়ে নিদ্ৰা হৰন কৰিছে আৰক্ষীৰ। উল্লেখ্য যে বৃহস্পতিবাৰে ধেমাজিৰ লাইপুলীয়া ত জাতীয় পতাকা দাহ কৰি আলফা পতাকা উত্তোলন কৰি চচিয়েল মেডিয়াত upload কৰা কায’ৰ সৈতে জড়িত থকাৰ অভিযোগত শলিবাৰে
চম্পক বৰুৱা ওৰফি নাকু আৰু দিশ্যাংক গগৈ ওৰফে বুটু ক তিনিচুকীয়াৰ পানীতোলাৰপৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে বৃহস্পতিবাৰে ধেমাজিৰ লাইপুলীয়া পৰা চাৰিজনক গ্ৰেপ্তাৰ কৰিছিল ধেমাজি আৰক্ষীয়ে ৷ আৰক্ষীয়ে যুৱকদ্বয়ক সোধা পোছা অব্যাহত ৰাখিছে ৷
PRADUNYA BHARALI , DHEMAJI , ASSAM , 10/8/2019Conclusion: