ETV Bharat / state

ধেমাজিত একে নিশাই সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনা দুজন লোকৰ মৃত্যু - ধেমাজিত পথ দুৰ্ঘটনা

ধেমাজি জিলাৰ পানীতোলা আৰু চিৰিপাণিত পৃথক পৃথক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু ৷ পানীতেলাত স্থানীয় ৰাইজে কেইবাঘণ্টা ধৰি অৱৰোধ কৰি ৰাখিলে ৰাষ্ট্ৰীয় ঘাইপথ ৷

ধেমাজিত একে নিশাই সংঘটিত দুটা পথ দুৰ্ঘটনা দুজন লোকৰ মৃত্যু
author img

By

Published : Nov 25, 2019, 4:11 AM IST

Updated : Nov 25, 2019, 4:22 AM IST

ধেমাজি , 24 নৱেম্বৰঃ ধেমাজি জিলাত ৰবিবাৰে নিশা সংঘটিত দুটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হয় দুজনকৈ লোকৰ ৷ ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত ৰবিবাৰে নিশা এগৰাকী চাইকেল আৰোহীক মহটিয়াই নিলে এখন ট্ৰাকে ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় গাহৰি পাম গাঁৱৰ মুকুতা চুতীয়া নামৰ লোকজনৰ ৷ ইয়াৰে পাছতে স্থানীয় ৰাইজে কেইবা ঘণ্টাজুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখাৰ ফলত অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পিছত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে ৷

ধেমাজিত একে নিশাই সংঘটিত দুটা পথ দুৰ্ঘটনা দুজন লোকৰ মৃত্যু
আনহাতে জিলাখনৰ চিৰিপাণিত এখন উইংগাৰ আৰু বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী স্বপন বৈদ্য নামৰ লোকজনৰ থিতাতে মৃত্যু হয় ৷ ব্যক্তিজনে নিজৰ পঞ্জীয়ন বিহীন বাইকেৰে 15 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিলাপথাৰৰ পৰা ধেমাজিলৈ গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা আহি থকা উইংগাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় ৷ একেটা দিনতে দুটা পৃথক পৃথক পথ দুঘটনাত দুজনলোকৰ মৃত্যুক লৈ শোকৰ ছাঁ পৰিছে অঞ্চল কেইটাত ৷

লগতে পঢ়কঃ আমগুৰিত 4 টা সংগঠনৰ প্ৰতিবাদ

Intro:ধেমাজিত নিশাই দুটাকৈ ভয়ঙ্কৰ পথ দুৰ্ঘটনা। নিহত দুই।Body:

মাজি , ২৪ নৱেম্বৰ :

ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত ৰবিবাৰে নি শা এগৰাকী বাই চাইকেল আৰোহীক মহটিয়াই নিলে AS22 4691 নম্বৰৰ বজাৰ ট্ৰাক গাড়ীয়ে। থিতাতে নিহত গাহৰি পাম গাঁৱৰ মুকুতা চুতীয়া। ইয়াৰ পিছতে উত্তপ্ত হয় পৰিস্থিতি। ঘন্টা ঘণ্টাযোৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ক্ষুব্ধ জনতা। অৱৰোধৰ ফলত আৱদ্ধ শশ যান বাহন।
    আনফালে চিৰিপাণিত উইংগাৰ-বাইকৰ মুখামুখি সংঘৰ্ষ । এজন থিতাতে নিহত।চিচিবৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধেমাজি চিৰিপাণিত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়। ধেমাজিৰ মোলান বৈদ্যৰ পুত্ৰ স্বপন বৈদ্যই (২৯) তেওঁৰ পঞ্জীয়নবিহীন চুজুকি বাইকেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চিলাপথাৰৰ পৰা ধেমাজিলৈ গৈ আছিল। উক্ত সময়তে এখন বিপৰীতমুখী এ এচ ০৫চি/৩৬৮১ উইংগাৰৰ সৈতে মুখামুখি সংঘৰ্ষ সংঘটিত হয়। ফলত দুৰ্ঘটনাটোত বাইক আৰোহীগৰাকীৰ থিতাতে মৃত্যু হয় ৷ একেটা দিনতে দুটা পৃথক পৃথক পথ দুঘটনাত দুজনলোক মৃত্যুক লৈ শোকৰ ছাঁ পৰিছে অঞ্চল কেইটাত ৷

pradunya Bharali , Dhemaji , Assam . 24/11/2019Conclusion:
Last Updated : Nov 25, 2019, 4:22 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.