ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা বাতৰি - Hollongi Airport rehabilitation scam

5 বজাৰ শীৰ্ষ দহটা বাতৰি

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Apr 10, 2022, 5:04 PM IST

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাজিৰঙা ভ্ৰমণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণৰ উদ্দেশ্যৰে দেওবাৰে বোকাখাতত উপস্থিত হয় লোকসভাৰ অধ্যক্ষ ওম বিৰলা(Lok Sabha Speaker Om Birla to visit Kaziranga) ৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত অধ্যক্ষগৰাকীয়ে অৱতৰণ কৰাৰ পাছত অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে ৷

গোলাঘাটৰ ডাবিডুবিত নাহৰফুটুকীৰ ৰহস্যজনক মৃত্যু

গোলাঘাটৰ ডাবিডুবিত মৃত অৱস্থাত উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘ ৷ দেওবাৰে মৃত অৱস্থাত স্থানীয় লোকে অঞ্চলটোৰ এখন চাহ বাগানৰ কাষৰ পথাৰত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰে ৷ উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিন ধৰি অঞ্চলটোত গৰু-ছাগলী ভক্ষণ কৰি ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকী বাঘটো কি কাৰণত মৃত্যু হ'ল বৰ্তমানলৈ জানিব পৰা হোৱা নাই (A leopard found dead in golaghat) ।

Hollongi Airport rehabilitation scam : কেলেংকাৰীৰ প্ৰতিবেদনক আদৰণি চাকমা ছাত্ৰ সন্থাৰ

হোলোংগী বিমানবন্দৰ পুনৰ্সংস্থাপন কেলেংকাৰীক (Hollongi Airport rehabilitation scam) লৈ অৰুণাচলত তীব্ৰ উত্তেজনা অব্যাহত আছে । ইয়াৰ মাজতে হোলোংগী বিমানবন্দৰ পুনৰ্সংস্থাপন কেলেংকাৰীৰ ওপৰত প্ৰস্তুত কৰা অনুসন্ধান প্ৰতিবেদন প্ৰকাশ । প্ৰতিবেদন অনুসৰি পাপুম পাৰে জিলাৰ উপায়ুক্তই চাকমা পুনঃসংস্থাপন আৰু পুনঃসংস্থাপন সমিতি অবৈধভাৱে গঠন কৰিছিল ।

জলসম্পদ বিভাগৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকা

জলসম্পদ বিভাগৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ (Water Resources Department) পৰ্যালোচনা বৈঠক । কামত দেৰি কৰা আৰু আপোচ কৰা ঠিকাদাৰক সকীয়নি মন্ত্ৰীগৰাকীৰ । প্ৰয়োজনত ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ মন্ত্ৰী হাজৰিকাৰ । বাৰিষাৰ সময়ত মথাউৰি নিৰীক্ষণৰ বাবে সাধাৰণ ৰাইজেৰে মিলি মথাউৰি ব্যৱস্থাপনা সমিতি গঠনৰ পোষকতা মন্ত্ৰী পীযুষ হাজৰিকাৰ(Assam Water Resources Minister Piyush Hazarika) ।

GMC Election 2022 : ১৫০০ৰ অধিক ভোটাৰ থকা কেন্দ্ৰৰ সালসলনি

ৰাজ্যিক নিৰ্বাচন আয়োগ(State Election Commission) ৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election 2022) অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ১৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে (Change Of Polling stations with more than 1500 voters) । এই অনুসৰি পৌৰ নিগম এলেকাৰ ২৪ টা স্থানত একাংশ ভোটাৰৰ পূৰ্বৰ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু ঠিকনা সলনি কৰাৰ লগতে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ।

Assam Arunachal Border issue : মেঘালয়ৰ পিছত এইবাৰ অৰুণাচলৰে আলোচনা অসমৰ

অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ বাবে বিশেষ উদ্যোগ লৈছে ৰাজ্য চৰকাৰে । মেঘালয়ৰ সৈতে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা নিষ্পত্তি হোৱাৰ দিশত আগবাঢ়িছে । এইবাৰ অৰুণাচল প্ৰদেশ চৰকাৰৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে আলোচনা কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে (Assam CM focus on border problem with Arunachal) । অতি শীঘ্ৰে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিলিত হ’ব বৈঠকত ।

Hajj season 2022 : 10 লাখ হজযাত্ৰীৰ অংশগ্ৰহণৰ সম্ভাৱনা

ক'ভিড পৰিস্থিতিৰ বাবে দুবছৰৰ অন্তত এইবাৰ হজ যাত্ৰাৰ বাবে বিদেশী যাত্ৰীক অনুমতি (Foreigners allowed for Hajj pilgrimage this year)। দেশী-বিদেশী ১০ লাখ লোকক হজ যাত্ৰাৰ বাবে এইবাৰ চৌদি আৰৱ চৰকাৰে অনুমতি দিব । ইয়াৰ লগতে কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে ।

দাক্ষিণাত্যৰ প্ৰবীণ অভিনেতা বালায়াৰ বিয়োগ

টলীউডৰ প্ৰবীণ অভিনেতা, প্ৰযোজক, পৰিচালক বালায়াৰ ৯২ বছৰ বয়সত মৃত্যু (Veteran Tollywood actor Balayya passed away) । ১৯৫৮ চনত 'এটুকু পাই এট্টু'ৰ (Ettuku Pai Ettu) জৰিয়তে চলচ্চিত্ৰ জগত ভুমুকি মাৰিছিল বালায়াই । তেওঁৰ মৃত্যুত চলচ্চিত্ৰ আৰু ৰাজনৈতিক সমাজত শোকৰ ছাঁ ।

Bihu Workshop at Kaliabor : আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি

জখলবন্ধাৰ আঠদিনীয়া বিহু কৰ্মশালাৰ সামৰণি(Closing ceremony of Bihu Workshop at Kaliabor) ৷ এই কৰ্মশালাত প্ৰশিক্ষকৰূপে অংশগ্ৰহণ কৰে বৰ্ষীয়ান ঢুলীয়া ধনেশ্বৰ শইকীয়াই ৷ কৰ্মশালাখনিত প্ৰশিক্ষাৰ্থীসকলক বিহু নৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

Encounter at Doboka : ডবকাত আৰক্ষীৰ গুলীত আহত ডকাইত

ডবকাত সংঘটিত হৈছে আৰক্ষীৰ গুলীচালনা(Police encounter at Doboka) ৰ ঘটনা ৷ এই ঘটনাত আহত হৈছে ছামচুল হক নামৰ এটা ডকাইত ৷ সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত ডকাইতটোক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.