ETV Bharat / state

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 15, 2022, 1:01 PM IST

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি
দিনৰ 1 বজাৰ শীৰ্ষ 10 টা বাতৰি

গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

আৰক্ষীৰ জালত গাড়ীগাঁও দলবদ্ধ ধৰ্ষণৰ মূল অভিযুক্ত বিকি আলী ৷ দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক (accused of garigaon gang rape arrested) ৷

Hijab Ban case : হিজাব সম্পৰ্কে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

দেশত অব্যাহত আছে হিজাব সম্পৰ্কীয় বিতৰ্ক (Hijab controversy in India) । এনে বিতৰ্কৰ মাজতে কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায় প্ৰদান কৰে । হিজাব সম্পৰ্কে কি ক'লে কৰ্ণাটক উচ্চ ন্যায়ালয়ে ।

HSSLC Candidate commits suicide : তেজপুৰত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ছাত্ৰৰ আত্মহত্যা

তেজপুৰত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া ছাত্ৰৰ আত্মহত্যা (HSSLC Candidate commits suicide) ৷ মেধাৱী ছাত্ৰৰ আত্মহত্যাক কেন্দ্ৰ কৰি সমগ্ৰ তেজপুৰত তীব্ৰ প্ৰতিক্ৰিয়া ৷

8 টাকৈ সমবায় বেংকক ৰিজাৰ্ভ বেংকে বিহিলে 12.75 লাখৰ জৰিমনা

দেশৰ বিভিন্ন সমবায় বেংকে নিৰ্দিষ্ট নীতি-নিয়ম উলংঘনৰ পৰিণাম । বিভিন্ন ৰাজ্যৰ 8 টাকৈ সমবায় বেংকৰ বিৰুদ্ধে জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI has imposed penalty on 8 cooperative banks) । বেংকসমূহক প্ৰায় 12.75 লাখ টকাৰ জৰিমনা বিহে ৰিজাৰ্ভ বেংকে ।

আমেৰিকাই ইউক্ৰেইনৰ শৰণাৰ্থীক আত্মৰক্ষাৰ অৰ্থে অস্ত্ৰ প্ৰদান কৰিব : বাইডেন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সোমবাৰে ইউক্ৰেইনক (US to allow Ukrainian refugees) ৰাছিয়াৰ সামৰিক অভিযানৰ বিৰুদ্ধে অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে । টুইটাৰৰ জৰিয়তে ঘোষণা কৰা হৈছিল এই কথা ৷

হোলীগীতৰ লহৰত দুপৰ নিশাও প্ৰাণৱন্ত বৰপেটা সত্ৰ

সমাগত ৰঙৰ উৎসৱ ফাকুৱা ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটা সত্ৰতো দুপৰ নিশালৈকে শুনিবলৈ পোৱা গৈছে হোলীগীতৰ সুৰ (Holi night atmosphere at barpeta satra) ৷

Holi Preparation at Samaguri Satra : ফল্গু উৎসৱক লৈ উখল-মাখল পৰিৱেশ চামগুৰি সত্ৰত

সমাগত শ্ৰীশ্ৰী কৃষ্ণৰ ফাকুৱা তথা দৌলযাত্ৰা মহোৎসৱ । চলিত মাহৰ ১৭ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ শ্ৰীশ্ৰী চামগুৰি সত্ৰত অনুষ্ঠিত হ’ব দৌলযাত্ৰা মহোৎসৱ (Preparation for Holi celebration in Samguri Satra)। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ মাজুলীৰ এইখন সত্ৰতো সত্ৰীয়া ৰীতি-নীতিৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ৷

Man Elephant conflict at Golaghat : দৈগ্ৰোং বনাঞ্চলৰ সমীপত বন্যহস্তীৰ উপদ্ৰৱ

ৰাজ্যত বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ । বিশেষকৈ গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং বনাঞ্চলৰ সমীপৱৰ্তী অঞ্চলসমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict at Golaghat) । ঘৰ-বাৰী, খেতি পথাৰ তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে (Wild elephant damages houses in Golaghat at Nambor) ।

Alia Bhatt Birthday : আলিয়ালৈ জন্মদিনৰ শুভেচ্ছা জনালে নীতু কাপুৰে

আলিয়া ভাটে আজি উদযাপন কৰিব 29 বছৰীয়া জন্মদিন (Alia Bhatt Birthday) ৷ আজিৰ এই বিশেষ দিনটোত আলিয়াই লাভ কৰিলে ৰণবীৰৰ মাতৃ নীতু কাপুৰৰ পৰা জন্মদিনৰ শুভেচ্ছা ৷

শ্বামিতা-ৰাকেশে ব্ৰেকআপৰ উৰাবাতৰিত লগালে তলা

কিছুদিনৰ পৰা সামাজিক মাধ্যমত চৰ্চা হৈ আছে বিগবছ ফেম শ্বামিতা ৰাকেশৰ সম্পৰ্কক লৈ (Raqesh Shamita relationship status) ৷ বিগবছ অটিটি প্লেটফৰ্মত লগ পাই প্ৰেমত পৰা প্ৰেমিকযুগলৰ ব্ৰেকআপৰ খবৰে দখল কৰি আছে বাতৰিৰ শিৰোনামা ৷ কিন্তু এইয়া কি? হাতত হাত থৈ দুয়ো সোমই গ’ল সকলো বাতৰি উফৰাই ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.