ETV Bharat / state

মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ হাতমোজা উদ্ভাৱন ধেমাজিৰ যুৱ বিজ্ঞানীৰ

author img

By

Published : Feb 7, 2020, 12:22 PM IST

এক বিশেষ বৈদ্যুতিক হাত মোজা উদ্ভাৱন কৰিছে ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিৎ ভৰালীয়ে ৷ এয়া যুৱকজনৰ ১৭ সংখ্যক উদ্ভাৱন ৷ স্মাৰ্ট হেণ্ড গ্লোভ নামেৰে নামাকৰণ কৰা বিশেষ মোজাযোৰ ব্যৱহাৰ কৰিব পৰা যাব মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত ৷

মহিলাৰ সুৰক্ষা
বিশেষ হাতমোজা উদ্ভাৱন

ধেমাজি,7 ফেব্ৰুৱাৰীঃ পুনৰাই কৃতিত্ব লাভ এজন কটনিয়ানৰ ৷ বিশেষ পদ্ধতিৰ হাত মোজা আৱিস্কাৰেৰে চৰ্চাত এজন কটনিয়ান ৷ এযোৰ বিশেষ হাত মোজাই নিৰাপত্তা প্ৰদান কৰিব মহিলাক ৷ সহজে চিনাক্ত হ’ব অপৰাধী ৷ এনে এক বিশেষ বৈদ্যুতিক হাত মোজা উদ্ভাৱন কৰিছে ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিৎ ভৰালীয়ে ৷ এয়া যুৱকজনৰ ১৭ সংখ্যক উদ্ভাৱন ৷ স্মাৰ্ট হেণ্ড গ্লোভ নামেৰে নামাকৰণ কৰা বিশেষ মোজাযোৰ ব্যৱহাৰ কৰিব পৰা যাব মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত ৷ মোজাযোৰত সংলগ্ন থাকিব বৈদ্যুতিক শ্ব’ক ৷ ইয়াৰ জৰিয়তে এগৰাকী মহিলাই ৩-৪ ঘণ্টালৈকে নিজক সুৰক্ষা প্ৰদান কৰিব পাৰিব ৷ বৈদ্যুতিক শ্ব’ক থাকিলেও মোজা পৰিধান কৰা মহিলাগৰাকীৰ কোনো ক্ষতি নহ’ব বুলি যুৱ বিজ্ঞানীজনে সদৰী কৰিছে ৷ হাত মোজা যোৰত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে,য’ত জি পি এছৰ ব্যৱস্থা থাকিব ৷ লগতে বিশেষ গোপন কেমেৰা আৰু ভিডিঅ’ ৰেকৰ্ডিং কেমেৰাৰো ব্যৱস্থা ৰখা হৈছে হাত মোজা যোৰত ৷

বিশেষ হাতমোজা উদ্ভাৱন

বৰ্ধিত নাৰী নিৰ্যাতনৰ প্ৰতি লক্ষ্য ৰাখি নৱজিতে উদ্ভাৱন কৰা এই মোজাই অপৰাধমূলক ঘটনা ৰোধ কৰাত সহায় কৰিব ৷ মোজা যোৰৰ জৰিয়তে বিপদত পৰা মহিলাই মোজা যোৰত মজুত থকা প্ৰযুক্তি ব্যৱহাৰ কৰি ফোন কৰিব পাৰিব ৷ লগতে নেটৱৰ্ক নথকা ঠাইত থাকিলেও মোজাযোৰৰ নিৰ্দিষ্ট নম্বৰত এটা এছ এম এছ পঠিয়ালে নেটৱৰ্ক পোৱাৰ লগে লগে মোজাযোৰে ঘৰলৈ ফোন কৰি দিব পৰাকৈ সুবিধা সন্নিৱিষ্ট কৰা হৈছে ৷ যদিহে মোজা যোৰ অপৰাধীয়ে লৈ যায় তেনেক্ষেত্ৰত জি পি এছৰ সহায়ত অপৰাধীক কৰায়ত্ত কৰিব পাৰিব আৰক্ষীয়ে ৷ অপৰাধীয়ে মোজাযোৰ জ্বলাই দিলে ইয়াৰপৰা অহা ফোন কল ৰেকৰ্ডিং কৰি তথ্য লাভ কৰিব পাৰিব আৰক্ষীয়ে ৷

উল্লেখ্য যে, ছ’ছিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে চিনাকি হোৱা এগৰাকী বান্ধৱীয়ে নৱজিতক এই আৱিষ্কাৰৰ বাবে প্ৰেৰণা দিছিল বুলি প্ৰকাশ কৰিছে ৷ যুৱ বিজ্ঞানী নৱজিত ধেমাজিৰ বৰদলনিৰ এখন অখ্যাত গাঁৱৰ বাসিন্দা ৷ লগতে নৱজিত কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ ছাত্ৰ ৷

লগতে চাওকঃবাৰেৰহণীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী

Intro:মহিলা আত্মাৰক্ষাৰ বাবে বিশেষ বৈদ্যুতিক হাত মোজা উদ্ভাৱন যুৱ বিজ্ঞানী নৱজিত ভৰালীৰ ৷ চিনাক্ত হব অপৰাধী ৷Body:

ধেমাজি , ৭ ফেব্ৰুৱাৰী : এজোৰ বিশেষ হাত মোজাৰে নিৰাপত্তা দিব মহলাক ৷চিনাক্ত হব অপৰাধী ৷ হয় এনে এক বিশেষ বৈদ্যুতিক হাত মোজা উদ্ভাৱন কৰিছে
ধেমাজিৰ যুৱ বিজ্ঞানী নৱজিত ভৰালীৰে ৷ এই তেওঁৰ ১৭ সংখ্যক উদ্ভাৱন 'Smart Hand Glovee। ইয়াত electronic shock আছে। electronic shock r জৰিয়তেএগৰাকী মহিলাই নিজকে ৩-৪ Hours লৈকে নিজকে বচাই ৰাখিব পাৰিব৷কিন্ত gloves পৰিধান কৰা মানুহজনৰ কোনো ক্ষতি নহয়৷এনে ঘটনাৰ  ক্ষেত্ৰত ঘৰৰ মানুহে মহিলা গৰাকীৰ লগত যোগাযোগ কৰিব নোৱাৰে ব phone off থাকে৷ এনে ক্ষেত্ৰত এই gloves জোৰলৈ phone কৰিলে  gloves যুৰে সেই phone rcv কৰি  ঘটনাৰ বিষয়ে জনাত সহায় কৰিব৷ যদি এই glovesযুৰ networks নথকাৰ ঠাইত থাকে glovesযোৰৰ numberত এটা sms কৰিলে network পোৱাৰ লগে লগে gloves যুৰে ঘৰলৈ phone কৰি দিব।Gpsৰ ব্যৱস্থা আছে ৷ ইয়াৰজৰিয়তে police এ এখোজো ইফাল- সিফাল নোহোৱাকৈ ঘটনাৰ স্থানত উপস্থিত হ’ব পাৰিব।ইয়াত বিশেষ কৌশলেৰে camera ব্যৱস্থা   কৰা হৈছে৷ইয়াৰ জৰিয়তে গোপনে অপৰাধীৰ photo আৰুvideo recording কৰি ৰাখিব পাৰিব ৷
এই gloves যোৰ যদি অপৰাধীয়ে লগত লৈ যায় তেনে ক্ষেত্ৰত gps ৰ সহায়ত অপৰাধীক ঘৰৰ ভিতৰৰ পৰা ধৰি আনিব পৰা যাব৷যদি কৰোবাত পেলাই থৈ যায়- তেনে ক্ষেত্ৰত gps ৰ জৰিয়তে gloves যুৰ উদ্ধাৰকৰি  অপৰাধী photo আৰুvideoৰ জৰিয়তে চিনাক্ত বকৰিব পাৰিব৷
যদি gloves যুৰ অপৰাধীএ জলাই দিয়ে - তেনেক্ষেত্ৰত glovesযুৰৰ পৰা অহা phone call recording কৰি অপৰাধী বিষয়ে তথ্যপাব পাৰিব ৷Conclusion:

উল্লেখ্য যে Fb ৰ চিনাকি এগৰাকী বান্ধবীএ এই আবিষ্কাৰৰ বাবে প্ৰেৰণা দিছিল নৱজিত ভৰালীক ৷ যুৱ বিজ্ঞানী গৰাকীৰ ধেমাজিৰ বৰদলনি এখন অখ্যাত গাৱৰ যদিও বত’মান
নৱজিতৰ ঠিকনা :
Cotton university
Dept:philosophy।

Byte,,নৱজিত ভৰালী ৷ উদ্ভাৱক ৷

Pradunya Bharali , Dhemaji , assam .7/2/2020
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.