ETV Bharat / state

চিলাপথাৰৰ জনসভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - undefined

চিলাপথাৰৰ কুলাজান চিতলমাৰী পথাৰত হ'বলগীয়া বিজেপিৰ জন সভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ উল্লেখ্য যে, 22 ফেব্ৰুৱাৰীত চিলাপথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিতলমাৰী পথাৰত বিজেপিয়ে আয়োজন কৰা এই বিশাল জনসভাত অংশগ্ৰহণ কৰিব মোডীয়ে ৷

sabananda-sonowal-at-dhemaji
http://10.10.50.80:6060///finalout3/assam-nle/finalout/18-February-2021/10683060_dhemaji_18_02_2021.mp4
author img

By

Published : Feb 18, 2021, 9:53 PM IST

Updated : Feb 18, 2021, 10:27 PM IST

ধেমাজি, 18 ফেব্ৰুৱাৰী : চিলাপথাৰৰ কুলাজান চিতলমাৰী পথাৰত হ'বলগীয়া বিজেপিৰ জন সভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে বিয়লি ভাগত চিতলমাৰী পথাৰত হেলিকপ্টাৰ যোগে উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীৰ লগত থাকে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, স্থানীয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু , ৰনোজ পেগুকে ধৰি বহুকেইগৰাকী নেতা ৷

চিলাপথাৰৰ জনসভাৰ প্ৰস্তুতি বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

উল্লেখ্য যে, 22 ফেব্ৰুৱাৰীত চিলাপথাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চিতলমাৰী পথাৰত বিজেপিয়ে আয়োজন কৰা এক বিশাল জনসভাত ভাগ ল’ব মোডীয়ে ৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে, এই সভাতেই প্ৰধানমন্ত্ৰী গৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰিব ৷

লগতে পঢ়ক: জনতাৰ আস্থা থকা তিনিটা সমষ্টি বিজেপিক এৰি দি'ব অগপই

Last Updated : Feb 18, 2021, 10:27 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.