ETV Bharat / state

এমাহ পূৰ্বে নিৰ্মাণ কৰিছিলহেঃ চাওক ধেমাজিৰ পথৰ অৱস্থা - ধেমাজি

এমাহৰ পিছতেই এনেদৰে পথটো জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল । ইপিনে সদ্যনিৰ্মিত পথটোৰ ভেহপৰা গাঁৱৰ অতি বিধ্বস্ত অংশটো মেৰামতিৰ বাবে শেহতীয়াকৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে ।

ধেমাজিত সদ্যনিৰ্মিত পথৰ ওপৰত চলিল পুণৰ খনন
author img

By

Published : May 21, 2019, 8:43 PM IST

ধেমাজি ,21মে': ধেমাজিৰ সদৰৰ পৰা অসামৰিক চিকিৎসালয়লৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈঘ্যৰ পথটোত নিৰ্মাণৰ এমাহৰ পিছতেই সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ । ফলত যাতায়তত অসুবিধা জনসাধাৰণৰ । স্মৰ্তব্য যে ৰাজ্য চৰকাৰৰ এছ অ পি ডি আঁচনিৰ 1.20 কোটি টকাৰ ব্যয় সাপেক্ষে ধেমাজিৰ পথ সংমণ্ডলৰ অধীনত বুদ্ধ কনষ্ট্ৰাকচনে নিৰ্মাণ কৰা পথটোত আশ্চৰ্যজনকভাৱে এমাহৰ ভিতৰত শিল-বালিৰ মিশ্ৰণ এৰাই যোৱাৰ উপক্ৰম হৈছে । পথছোৱাত ইতিমধ্যে সৃষ্টি হৈছে গাঁতৰ ৷

ধেমাজিত সদ্যনিৰ্মিত পথৰ ওপৰত চলিল পুণৰ খনন

ৰাইডে পথ নিৰ্মাণকাৰী সংস্থাটোৱে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাজহুৱা অভিযোগ দি অহাৰ পাছতো কৰ্তৃপক্ষই তিলমানো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে । এমাহৰ পিছতেই এনেদৰে পথটো জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় লোকসকল । ইপিনে সদ্যনিৰ্মিত পথটোৰ ভেহপৰা গাঁৱৰ অতি বিধ্বস্ত অংশটো মেৰামতিৰ বাবে শেহতীয়াকৈ উঠি পৰি লগা পৰিলক্ষিত হৈছে । নিৰ্মাণৰ এমাহৰ পিছতেই পুনৰ পথটো নিৰ্মাণৰ বাবে পথটি খান্দি নিৰ্মাণৰ বাবে ঠিকাদাৰ কোম্পানীটোৱে হাতে-কামে লগা কাৰ্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

Intro: ধেমাজিত সদ্যনিৰ্মিত পথৰ ওপৰত চলিল পুণৰ খনন ।

Body:ধেমাজি ,21মে
, নিৰ্মাণৰ এমাহৰ পিছতেই পুণৰ খনন আৰম্ভ হল এটা গুৰুত্বপূৰ্ণ পথৰ । বিভিন্নং সজুঁলিৰে খান্দি পেলোৱা হৈছে নৱনিৰ্মিত পথটো । হয় , ধেমাজিৰ সদৰৰ পৰা অসামৰিক চিকিৎসালয়লৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ এমাহৰ পিছতেই সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ । ফলত যাতায়তত পুনৰ জ্বলা কলা খাবলগীয়া হৈছে জনসাধাৰণে । স্মৰ্তব্য যে ৰাজ্য চৰকাৰৰ এছ অ পি ডি আঁচনিৰ 1.20 কোট টকাৰ ব্যয় সাপেক্ষে ধেমাজিৰ পথ সংমণ্ডলৰ অধীনত বুদ্ধ construction এ নিৰ্মাণ কৰা পথটো আশ্চৰ্যজনকভাৱে এমাহৰ ভিতৰতে সমগ্র পথছোৱা পকী শিল বালিৰ মিশ্ৰণ এৰাই যোৱাৰ উপক্ৰম হৈছে । স্থানীয় ৰাইজৰ অভিযোগ মতে চিমেন্টৰ কংক্ৰিটেৰে নিৰ্মিত পথছোৱা ইতিমধ্যে সৃষ্টি হৈছে বহু গাঁতৰ ।পথটি নিৰ্মাণত বুদ্ধ construction এ সম্পূৰ্ণ অনিয়ম সংঘটিত কৰি নিম্ন মানদণ্ডৰ বালি ,-শিল, - চিমেন্ট ব্যৱহাৰ কৰাৰ ফলতেই অতি গুৰুত্বপূৰ্ণ পথটো শিল বালি এৰি উন্মুক্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাজহুৱা অভিঘোগ দি অহাৰ পিছতো নিৰ্মাণ কৰ্তৃপক্ষৰ সৈতে তিলমানো ব্যৱস্থা গ্ৰহন নকৰিলে । ফলত কংক্ৰিট পথৰ গাঁত , আৰু ধুলি , বালি ৰে জনসাধাৰণৰক সমস্যাত পেলাইছে । ধেমাজি চাৰি আলিৰ পৰা অসামৰিক চিকিৎসালয়লৈ , জিলা কাৰাগাৰলৈ যোৱাৰ উপৰি চিলাপথাৰ , জোনাই , ঢকুৱাখনা , মাছখোৱা লৈ যোৱা উপৰিও বগীবিল লৈ যোৱা ও অতি চমু পথ । কিন্তু এমাহৰ পিছতেই এনেদৰে পথটো জৰাজীৰ্ণ হৈ পৰাত ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু ইয়াৰ তদন্তৰ দাবী কৰিছে ।

Pradunya Bharali , Dhemaji , Assam, 21/5/2019

byte.....1...2..3

ইপিনে সদ্যনিৰ্মিত পথটি ভেহপৰা গাঁৱৰ অতি বিধৱস্ত অংশটো মেৰামতিৰ বাবে উঠি পৰি লগা পৰিলক্ষিত হৈছে । নিৰ্মাণৰ এমাহৰ পিছতেই পুণৰ পথটো নিৰ্মাণৰ বাবে পথটি খান্দি নিৰ্মাণৰ বাবে ঠিকাদাৰ কোম্পানীটোৱে হাতে কামে লগা কাৰ্য ই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

pradunya Bharali , Dhemaji , Assam , 21/5/2019

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.