ETV Bharat / state

ধেমাজিত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ - protest going on against CAB at dhemaji

ধেমাজি জিলা প্ৰশাসনে শুকুৰবাৰৰ সন্ধিয়া 8 বজাৰ পৰা শণিবাৰৰ পুৱা 6 বজালৈ জাৰি কৰিছে সান্ধ্য আইন ৷ ধেমাজিত বৰ্তমানেও অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷

DHEMAJI PROTEST GOING ON
ধেমাজিত বৰ্তমানেও অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷
author img

By

Published : Dec 13, 2019, 11:28 PM IST

ধেমাজি , 13 ডিচেম্বৰ : ধেমাজি জিলাত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷ ধেমাজি জিলা প্ৰশাসনে শুকুৰবাৰৰ সন্ধিয়া 8 বজাৰ পৰা শনিবাৰৰ পুৱা 6 বজালৈ জাৰি কৰিছে সান্ধ্য আইন ৷ এই সময়খিনিত আইনৰ আওতাত নপৰিব কৰ্তব্যৰত আৰক্ষী, সামৰিক লোক, দণ্ডাধীশ আৰু জৰুৰীকালীন চিকিৎসা সেৱা ৷ ইপিনে সমগ্ৰ জিলাখনত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে প্ৰতিবাদকাৰীয়ে জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তৰ বাসগৃহ ঘেৰাও কৰি তেওঁৰ মুখেৰে জয় আই অসম ধ্বনি দিবলৈ বাধ্য কৰোৱাৰ লগতে নগৰ সমিতিৰ অন্তৰ্গত আটাইকেইজন সদস্যৰ বাসগৃহ ঘেৰাও কৰি সমদলত অংশ লবলৈ বাধ্য কৰায় ৷

আনহাতে, জিলাখনৰ শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতি গংগাধৰৰ বাসগৃহও ঘেৰাও কৰি লোকজনক ঘৰৰ পৰা উলিয়াই আনে আছুৰ কায়ালয়লৈ ৷ একেদৰে অগপৰ জিলা সভাপতি লক্ষীধৰ শেনছোৱা বাসগৃহলৈ কণী আৰু শিল নিক্ষেপ কৰাৰ লগতে RSS কাৰ্যালয় ঘেৰাও কৰে ৷

ধেমাজিত বৰ্তমানেও অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ ৷

আৰু পঢ়ক : থলুৱা লোকসকলৰ বাবে ‘কেব’ ভয়ংকৰ বিপদঃ বাইছুং ভুটিয়া

Intro:Body:

..... ধেমাজিত সান্ধ্য আইন জাৰি ৷

(১)

ধেমাজি  জিলাত আজিৰে পৰা  ১৪৪ অধীনত সন্ধিয়া ৮ বজাৰ পৰা  পুৱা ৬ বজালৈ সন্ধ্যা আইন জাৰি কৰিছে জিলা প্ৰশাসনে  ৷ 

..... ধেমাজিত সান্ধ্য আইন জাৰি ৷

(২)

 .এই সময় ছোৱাত  কত্তব্যৰ অৱস্থাত আৰক্ষী , সামৰিক লোক আৰু দণ্ডা ধীশ  আৰু জৰুৰী কালীন চিকিৎসা সেৱা  এই আইনত নপৰে ৷  ইপিনে  সমগ্ৰ

..... (৩)৷   জিলাখনত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে যোৱা কালি  প্ৰতিবাদকৰীয়ে  জিলা বিজেপি সভাপতি প্ৰেম দত্তৰ ঘৰ ঘেৰাও কৰি তেওঁৰ মুখেৰে  জয় আই অসম ধৱনি দিবলৈ বাধ্য কৰায় , 

(৩) , সেইদৰে নগৰ সমিতিৰ অন্তগৰ্ত আটাইকেইজন   সদস্যৰ ঘৰ ঘেৰাও কৰি সমদলত অংশ লবলৈ বাধ্য কৰায় ৷জিলাখনৰ শিৱসেনাৰ প্ৰতিষ্ঠাপক সভাপতি  গংগাধৰ ঘৰো ঘেৰাও কৰি লোকজনক ঘৰৰ পৰা উলিয়াই  আনে আছুৰ কায়ালয়লৈ প্ৰতবাদীয়ে

.....(৪)

৷একেদৰে অগপৰ জিলা সভাপতি লক্ষীধৰ শেনছোৱা বাসগৃহলৈ কণী , শিল নিক্ষেপ কৰে আৰু RSS কাযা’লয় ঘেৰাও কৰে৷ অনুৰূপভাৱে  শুক্ৰবাৰে  কেব বিৰোধী শ্নগানেৰে  দুপৰীয়া  প্ৰায়  ৮/১০ কি: মি:

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.