ETV Bharat / state

ধেমাজিত মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - protest against microfinace company at dhemaji

ধেমাজিত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শুকুৰবাৰে সংগঠনটোৱে মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজি
ধেমাজিত মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Jan 17, 2020, 6:39 PM IST

ধেমাজি,১৭ জানুৱাৰীঃ সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শুকুৰবাৰে শতাধিক মহিলাই মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে প্লে কাৰ্ড লৈ মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ৷

ধেমাজি
ধেমাজিত মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

আনহাতে,মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে সংগঠনটোৰ অভিযোগ,মাইক্ৰ'ফাইনেন্সসমূহে গ্ৰামাঞ্চলৰ মহিলাসকলক সহজে ঋণ দি সুদৰ হাৰ অত্যাধিক বৃদ্ধি কৰাৰ ফলত কিস্তিৰ ধন পৰিশোধ কৰিব নোৱাৰি সম্প্ৰতি মাটি ভেটি বিক্ৰী কৰি সৰ্বস্বান্ত হ'বলগীয়া হৈছে ৷ আনকি এই বিত্তীয় প্ৰতিষ্ঠানসমূহে হেচা প্ৰয়োগ কৰি মহিলাসকলক পণবন্দী কৰি মানসিক অত্যাচাৰ কৰি অহা বুলি অভিযোগ উত্থাপন কৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই ৷ সংগঠনটোৱে উল্লেখ কৰা অনুসৰি,ধেমাজি জিলাখনত ক্ৰমে বন্ধন,আৰ জি ভি এন,এক্সিচ,অন্নপূৰ্ণা,চেটিং,নিধি,আৰোহণ, চমৎকাৰ,এল এন টিকে ধৰি বহুকেইটা এনে বিত্তীয় প্ৰতিষ্ঠানে ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম নামানি নিজৰ খেয়াল খুচি অনুসৰি কাবুলীৱালা সদৃশ অধিক সুদৰ হাৰত ধন আদায় লৈ আহিছে ৷

ধেমাজিত মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ইপিনে প্ৰশাসনক দহ দিনৰ ভিতৰত মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷

আৰু পঢ়কঃ ভাৰত্তোলনত ৰূপৰ পদক অসমৰ

Intro:. ধেমাজিত মাইক্ৰফাইনান্স ৰ বিৰুদ্ধে দলসংগঠন সহ মহিলাৰ উত্তাল প্ৰতিবাদ ৷Body: ৷

ধেমাজি , ১৭ জানুৱাৰী : সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত শতাধিক মহিলাই শুক্ৰবাৰে মাইক্ৰফাইনান্সৰ বিৰুদ্ধে ধেমাজি জিলা উপায়ুক্ত কায়া ’লয়ৰ প্ৰৱেশদ্বাৰত ধৰ্ণা কায’সূচী ৰূপায়ন কৰে ৷ হাতে হাতে প্লে কাৰ্ড লৈ মাইক্ৰফাইনান্স
গ বেক , মাইক্ৰফাইনান্সৰ মইমতালি নচলিব , সুতৰ হাৰ কম কৰক , অশ্লীল গালি গালাজ নচলিব আদি উদাত্ত শ্লগানেৰে উত্তাল কৰি তোলে ৷মাইক্ৰফাইনান্সৰ বিৰুদ্ধে সংগঠনটোৰ অভিযোগ : মাইক্ৰফাইনান্সসমুহে গ্ৰামাঞ্চলৰ মহিলাসকলক সহজে ঋণ দি সুদৰ হাৰ অত্যু ধিক বৃ দ্ধি কৰাৰ ফলত কিস্তিৰ ধন পৰিশোধ কৰিব নোৱাৰি সম্প্ৰতি মাটি ভেটি বিক্ৰী কৰি সৰ্বস্বা ন্ত হবলগীয়া হৈছে ৷আন নালাগে মহিলা দেহৰ অংগ পয’ন্ত বিক্ৰী কৰি হলেও কিস্তিৰ ধন পৰিশোধ কৰিবলৈ এই বিত্তীয় প্ৰতিষ্ঠানসমুহে হেচা প্ৰয়োগ কৰি মহিলাসকলক পণবন্দী কৰি মানসিক অত্যাচাৰ কৰি আহিছে ৷ সংগঠনটোৱে উল্লেখ কৰা মতে ধেমাজি জিলাখনত ক্ৰমে বন্ধন , আৰ জি ভি এন , এক্সিচ , অন্নপূৰ্ণা , চেটিং , নিধি , আৰোহন , চমৎকাৰ , এল এন টিকে ধৰি বহুকেইটা এনে বিত্তীয় প্ৰতিষ্ঠানে ৰিজাৰ্ভ বেংকৰ নীতি নিয়ম নামানি নিজৰ খেয়াল খুচি মতে কাবুলীৱালা সদৃশ অধিক সুদৰ হাৰত ধন আদায় লৈ আহিছে ৷Conclusion:

ইপিনে প্ৰশাসনক দহ দিনৰ ভিতৰত মাইক্ৰফাইনান্সৰ বিৰুদ্ধে উচিত ব্যৱস্থাগ্ৰহন কৰিবলৈ দাবী জনাইছে ৷অন্যথা ৰাইজ আদালতত কঠোৰ প্ৰতিবাদৰ সন্মুখীন হবলৈ সাজু থাকিব লাগিব বুলি সকীয়াই দিয়ে ৷

byte .: হৰিকান্ত দাস , উপদে ষ্টা , কেন্দ্ৰী য় সমিতি , সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ৷

Pradunya Bharali , Dhemaji , assam . 17/1/2020

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.