ETV Bharat / state

বিজেপিৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ - বিজেপিৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ

8 জানুৱাৰীত ধেমাজিত শান্তি সমদল উলিওৱাক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ ৷ দেওবাৰে বিজেপিৰ শান্তি সমদলক লৈ গোঁহাই গাঁও পঞ্চায়তৰ অধীনত এক গাঁওসভা অনুষ্ঠিত কৰি শান্তি সমদল মানি নলও বুলি সিদ্ধান্ত গ্ৰহম কৰে ৷

peace rally against BJP at dhemaji
বিজেপি দলৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ
author img

By

Published : Jan 6, 2020, 12:47 PM IST

ধেমাজি,6 জানুৱাৰী : বিজেপিৰ শান্তি সমদলক লৈ ক্ষুব্ধ ধেমাজিৰ গোঁহাই গাঁওবাসী ৷ দেওবাৰে বিজেপিৰ শান্তি সমদলক লৈ গোঁহাই গাঁও পঞ্চায়তৰ অধীনত এক গাঁওসভা অনুষ্ঠিত কৰে ৷ নাগৰিকত্ব সংশোধনী আইনক লৈ আন্দোলন অব্যাহত থকাৰ মাজতে 8 জানুৱাৰীত ধেমাজিত শান্তি সমদল উলিওৱাক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ ৷ ঐতিহ্যমণ্ডিত গোঁহাই গাঁও ৰংচটিওৱা পথাৰৰৰ পৰা বিজেপিৰ শান্তি সমদল উলিয়াব বিচৰাক লৈ ক্ষুব্ধ হৈ পৰিছে গোঁহাই গাঁওবাসী ৷ কোনো কাৰণতে এই শান্তি সমদল মানি নলও বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে গাঁওবাসীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

বিজেপি দলৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোঁহাই গাঁওবাসীৰ

আৰু পঢ়ক : ধেমাজিত 'চেড'ৰ মানসিক ৰোগৰ চিকিৎসা সজাগতা সভা

Intro:বিজেপি দলৰ শান্তি সমদলক লৈ সকীয়নি ধেমাজি গোহাই গাওবাসী৷Body:

ধেমাজি , ৫ জানুৱাৰী : কাৰ বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে অহা ৮ জানুৱাৰী ত ধেমাজিৰ ঐতিহ্যমণ্ডিত গোহাই গাও ৰংচটিওৱা পথাৰৰৰ পৰা বিজেপিৰ শান্তি সমদল উলিয়াব বিচৰা লৈ ক্ষুব্ধ হৈ পৰিছে গোহাই গাওবাসী ৷ এই শান্তি সমদলৰ বিৰোধিতা কৰি দেওবাৰে গোহাই গাৱত ৰাজহুৱা সভা অনুষ্ঠিত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰে ৷

Byte,. villagers

Pradunya Bharali , Dhemaji. Assam .5/1/2020Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.