ETV Bharat / state

ধেমাজিত পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা - ৰ বহু সংখ্যক প্ৰতিযোগী

পদ্মনাথ গোহাঞি বৰুৱা সোৱৰণী একাংক নাট প্ৰতিযোগিতাৰ বাৰ্ষিক অধিৱেশন শুক্ৰবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় ৷ পুৱা পতাকা উত্তোলন কৰা লগতে সমবেত সংগীতেৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷

Padmanath Gohanibaru Sowaranid drama Competition
পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা
author img

By

Published : Nov 27, 2020, 10:25 PM IST

ধেমাজি, 27 নৱেম্বৰঃ পদ্মনাথ গোহাঞি বৰুৱা সোৱৰণী একাংক নাট প্ৰতিযোগিতাৰ বাৰ্ষিক অধিৱেশনখন শুক্ৰবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰা লগতে সমবেত সংগীতেৰে অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷

ধেমাজিত পদ্মনাথ গোহাঞিবৰুৱা সোৱৰণীত একাংক নাট প্ৰতিযোগিতা

ইফালে, সন্ধিয়া ভাগত অনুষ্ঠিত কৰা হয় নাট প্ৰতিযোগিতা ৷ উল্লেখ্য যে, প্ৰতিযোগিতাত অসমৰ বহু সংখ্যক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: বিহালী বিজেপি বাঘমৰা মণ্ডলৰ বিশেষ সাংগঠনিক সভা সম্পন্ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.