ETV Bharat / state

জোনাইত সুৰাসহ এজনক আটক - Excise Department, Jonai

জোনাইত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ এজনক আটক কৰে আবকাৰী বিভাগে ৷

জোনাইত সুৰাসহ এজনক আটক
author img

By

Published : Aug 20, 2019, 9:34 PM IST

জোনাই, 20আগষ্টঃ

  • জোনাইত চলিছে অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা
  • সোমবাৰে আবকাৰী বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা
  • জোনাই আবকাৰী বিভাগে জোনাইৰ ডেকাপাম নেপালী বস্তিত দেৱান বসুমতাৰী নামৰ এজন লোকৰ ঘৰত অভিযান চলাই অবৈধভাৱে ৰখা 500 এম এলৰ 34 কেচ কেন বিয়েৰ আৰু 650 এম এলৰ 31 কেচ বিয়েৰক সামৰি সৰ্বমুঠ 65 কেচ বিয়েৰ জব্দ কৰিবলৈ সক্ষম হয় ৷
  • আনহাতে বিক্ৰীৰ বাবে অৰুণাচলী সুৰা অবৈধভাৱে মজুত ৰখা দেৱান বসুমতাৰীক আটক কৰিছে জোনাই আবকাৰী বিভাগে ৷

Intro:Body:জোনাইত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ আৱকাৰী বিভাগ/এজনক আটক
জোনাই ২০ আগষ্ট
জোনাইত অবৈধ ভাৱে চলিছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা | আজি জোনাই আৱকাৰী বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা | জোনাই আৱকাৰী বিভাগে সোমবাৰে সন্ধিয়া বিশেষ সুত্ৰে জোনাইৰ ডেকাপাম নেপালী বস্তিত দেৱান বসুমতাৰী নামৰ এজন লোকৰ ঘৰত অভিযান চলাই বিক্ৰীৰ বাবে অবৈধভাৱে ৰখা ৫০০ এম এলৰ ৩৪ কেচ কেন বিয়েৰ আৰু ৬৫০ এম এলৰ ৩১ কেচ বিয়েৰ অৰ্থাৎ মুঠ ৬৫ কেচ বিয়েৰ জব্দ কৰিবলৈ সক্ষম হয় | ইফালে এনেদৰে বিক্ৰীৰ বাবে অৰুণাচলী সুৰা অবৈধভাৱে মজুত ৰখা দেৱান বসুমতাৰীক আটক কৰিছে জোনাই আৱকাৰীয়ে|

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.