ETV Bharat / state

শীঘ্ৰে গতিপথ সলনি কৰিব জীয়াঢলে

author img

By

Published : Aug 5, 2020, 7:57 PM IST

২০২০-২১ বিত্তীয় বৰ্ষত ধেমাজি জলসম্পদ সংমণ্ডলৰ অধীনত তথা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ শিতানত এই আঁচনিখন মুকলি কৰে বিধায়কগৰাকীয়ে ৷

Dhemaji
শীঘ্ৰে গতিপথ সলনি কৰিব জীয়াঢলে

ধেমাজি , ৫ আগষ্ট : বুধবাৰে ধেমাজিৰ জীয়াঢল নদীৰ বাওঁপাৰৰ বম'ন গাঁৱত জীয়াঢল নদীৰ গতি পৰিৱৰ্তনৰ বাবে দুই কোটি টকীয়া আঁচনি মুকলি কৰে ধেমাজিৰ বিধায়ক ৰণোজ পেগুৱে ৷ তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত ধেমাজি জলসম্পদ সংমণ্ডলৰ অধীনত তথা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ শিতানত এই আঁচনিখন মুকলি কৰে বিধায়কগৰাকীয়ে ৷

লগতে পঢ়কঃ ডুমডুমাত আট্ছাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট

উল্লেখ্য যে, জীয়াঢল নদীখনে মূল সূঁতি এৰি অন্য গতিপথ লোৱাৰ ফলত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে ৷ সেয়ে আৰ চি চি পাকুপাইন, বাঁহেৰে নৈখনৰ গতিপথ সলনি কৰাৰ লগতে নৈখনক মূলসুঁতিলৈ উভতাই আনিবলৈ চেনেল কাটিঙৰ ব্যৱস্থা কৰা হ'ব বুলি অৱগত কৰে বিধায়কগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.