ETV Bharat / state

বৃহৎ নদীবান্ধৰ বিৰোধিতা কৃষিমন্ত্ৰী অতুল বৰাৰ

author img

By

Published : Aug 29, 2019, 3:42 AM IST

ধেমাজিত পথাৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ চৰহা আৰু শুৰ পোকে উপদ্ৰৱ কৰা পথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰীজনে ৷ আক্ৰান্ত কৃষিভূমি পৰিদৰ্শন কৰাৰ পিছতে জিলা খনৰ কৃষি বিভাগক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ অগপ ধেমাজি জিলা সমিতিয়ে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা একাদশ ত্ৰি বাৰ্ষিক সাধাৰণ অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ আগৰে পৰা বৃহৎ নদীবান্ধ বিৰোধিতা কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বৃহৎ নদীবান্ধ বিৰোধিতা কৃষি মন্ত্ৰী অতুল বৰাৰ

ধেমাজি, 29 আগষ্টঃ ধেমাজিত পথাৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ ৷ বুধবাৰে ধেমাজি জিলাৰ চিচি বৰগাওঁৰ গেলুৱাত চৰহা আৰু শুৰ পোকে উপদ্ৰৱ কৰা পথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰীজনে ৷ হাজাৰ হেক্টৰ কৃষি ভূমি শুৰপোকত আক্ৰান্ত হোৱাৰ ফলত জিলাখনৰ কৃষক ৰাইজে মূৰে - কপালে হাত দিবলগীয়া হৈছে ৷ আক্ৰান্ত কৃষিভূমি পৰিদৰ্শন কৰাৰ পিছতে জিলা খনৰ কৃষি বিভাগক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ লগতে বানত আক্ৰান্ত কৃষক সকলক ৰবি শস্যৰ বাবে ৩৫ কোটি টকা মোকলাই দিয়া হৈছে বুলি অৱগত কৰে ৷ ইফালে অগপ ধেমাজি জিলা সমিতিয়ে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা একাদশ ত্ৰি - বাৰ্ষিক সাধাৰণ অধিৱেশনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে তেওঁ ৷ আনহাতে, সাংবাদিকৰ নদীবান্ধ সম্পৰ্কৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁলোকে আগৰে পৰা বৃহৎ নদীবান্ধ বিৰোধিতা কৰি আহিছে ৷ লগতে কয়, ক্ষদ্ৰ ক্ষুদ্ৰ বান্ধে ৰাইজক উপকৃত কৰিব কিন্তু বৃহৎ নদীবান্ধে ৰাইজৰ ক্ষতি কৰিব ৷ লক্ষনীয় যে, মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Intro:ধেমাজিত পথাৰ পৰিদৰ্শন কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ বান্ধৰহে সমথ’ন অতুল বৰাৰ ৷Body:ধেমাজিত পথাৰ পৰিদৰ্শন কৃষি মন্ত্ৰী অতুল বৰাৰ ৷ ক্ষুদ্ৰ ক্ষুদ্ৰ বান্ধৰহে সমথ’ন অতুল বৰাৰ ৷

ধেমাজি , ২৮ , আগষ্ট : ধেমাজিত বুধবাৰে চৰহা আৰু শুৰ পোকে উপদ্ৰৱ কৰা পথাৰ পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই ৷ ধেমাজি জিলাৰ চিচি বৰগাওঁ ৰাজহ চক্ৰ অধীনৰ গেলুৱা শ শ বিঘা শালিধানৰ পথাৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ জানিব পৰা মতে
ধেমাজি জিলাখনত এইবাৰ পাচ
হাজাৰ হেক্টৰ কৃৃষি ভূমি শুৰপোকত আক্ৰান্ত হোৱাৰ ফলত জিলাখনৰ কৃষক ৰাইজে মুৰে কপালে হাত দিবলগীয়া হৈছে ৷ আক্ৰান্ত কৃষিভূমি পৰিদৰ্শন কৰাৰ পিছতে জিলা খনৰ কৃষি বিভাগক এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিদেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ এইবাৰ বানত আক্ৰান্ত কৃষক সকলৰ ৰবি শস্যৰ বাবে ৩৫ কোটি মোকলাই দিয়া হৈছে বুলি অৱগত কৰে ৷ ইয়াৰোপৰি সমগ্ৰ অসমত এইবাৰ ৰবি শস্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বিষয়ে উনুকিয়াই আমাৰ চৰকাৰে কমিউনিটি নাচাৰী ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰ আগেয়ে মন্ত্ৰী গৰাকীয়ে ৷ ইপিনে একেটা দিনতে অথা্ৎ বুধবাৰেই অগপ ধেমাজি জিলা সমিতিয়ে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুস্ঠিত একাদশ এি বাষিক সাধাৰণ অধিৱেশনখনিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ আনহাতে সাংবাদিকৰ আন এক প্ৰশ্ন নদীবান্ধ সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে আগৰে পৰা বৃহৎ নদীবান্ধ বিৰোধিতা কৰি আহিছে ৷ক্ষদ্ৰ ক্ষুদ্ৰ বান্ধে ৰাইজক উপকৃত কৰিব । কিন্ত বৃহৎ নদীবান্ধে ৰাইজৰ ক্ষতি কৰিব ৷ লক্ষনীয় মিত্ৰজোট চৰকাৰ অংশীদাৰ হৈ মন্ত্ৰীগৰাকীৰ এনে মন্তব্যই তাৎপৰ্যবহন কৰিছে ৷

Byte.,1,+2,Minister . Atul Bora

pradunya Bharali , Dhemaji , etv. Bharat , Assam , 28/8/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.