ETV Bharat / state

ধেমাজিত সাংবাদিকক আক্ৰমণ কৰা ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ

author img

By

Published : Nov 26, 2019, 8:31 PM IST

ক্ষীপ্ৰতাৰে কাম কৰাত আৰক্ষী ব্যৰ্থ হৈছে আৰক্ষী -ভুক্তভোগী সাংবাদিক ৷ ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত মঙলবাৰে তদন্তকাৰী বিষয়াই নিৰ্যাতিত সাংবাদিক বনমালী মহন্তৰ ভাষ্য গ্ৰহণ কৰে ৷

dhemaji
সাংবাদিক বনমালী মহন্ত

ধেমাজি, 26 নৱেম্বৰঃ ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকীত সাংবাদিক আক্ৰমণৰ ঘটনাৰ বাবে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে ৷ এই সন্দৰ্ভত মঙলবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত তদন্তকাৰী বিষয়াই নিৰ্যাতিত সাংবাদিক বনমালী মহন্তৰ ভাষ্য গ্ৰহণ কৰে ৷

ধেমাজিত সাংবাদিকক আক্ৰমণ কৰা ঘটনা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ
উল্লেখ্য যে ঘটনাৰ উচিত তদন্ত দাবী কৰি জিলা সাংবাদিক সংস্থাই জিলা উপায়ুক্তক দিয়া আবেদনৰ ভিত্তিত দণ্ডধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে ৷ ইপিনে নিৰ্যাতনৰ বলি হোৱা সাংবাদিক গৰাকীয়ে অভিযোগ কৰা মতে ঘটনাৰ এপষেক অতিক্ৰম কৰাৰ পিচতো আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিব পৰা নাই ৷ ক্ষীপ্ৰতাৰে কাম কৰাত আৰক্ষী ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে তেওঁ ৷ সেয়ে সকলো তদন্ত নিৰপেক্ষভাৱে হোৱাটো আশা কৰিছে ভুক্তভোগী সাংবাদিক গৰাকীয়ে ৷

লগতে পঢ়কঃ হোজাইত আটক ৭জন সন্দেহজনক কাশ্মিৰী যুৱকক

Intro:ধেমাজিত সাংবাদিক আক্ৰমন ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ Body:ধেমাজিত সাংবাদিক আক্ৰমন ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ ৷

ধেমাজি , ২৬ নৱেম্বৰ : ধেমাজি জিলাৰ চিচিবৰগাও আৰক্ষী চকীত সাংবাদিক আক্ৰমণৰ ঘটনা দণ্ডাধীশপৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে ৷ এই সন্দভ’ত মংগলবাৰে ধেমাজি জিলা উপায়ুক্ত কাযা’লয়ত তদন্তকাৰী বিষয়াই নিৰ্যাতিত সাংবাদিক বনমালী মহন্তৰ ভাষ্য গ্ৰহন কৰে ৷
উল্লেখ্য যে
ঘটনাৰ উচিত তদন্ত দাবী কৰি জিলা সাংবাদিক সংস্থাই জিলা উপায়ুক্তক দিয়া আবেদনৰ ভিত্তিত দণ্ডধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে ৷

ইপিনে নিৰ্যাতনৰ সাংবাদিক গৰাকীয়ে অভিযোগ কৰা মতে ঘটনাৰ এপষেক অতিক্ৰম কৰাৰ সত্বেও আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই দোষীক ৷ ক্ষীপ্ৰতাৰে কাম কৰাত ব্যথ’ হৈছে আৰক্ষী ৷ সেয়ে সকলো তদন্তৰ নিৰপেক্ষ হোৱাটো আশা কৰিছে ভুক্তভোগী সাংবাদিকগৰাকীয়ে ৷

byte...victim Journalist

Pradunya Bharali , Dhemaji , Assam .26/11/2019Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.