ETV Bharat / state

জোনাইত শিক্ষাবৰ্ষৰ আঠ মাহৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান - শিক্ষাবৰ্ষ

কেমি জেলম মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই শিক্ষক । শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আঠ মাহ উকলি যোৱাৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান । যাৰ বাবে অসুবিধাত পৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ৷

জোনাইত শিক্ষাবৰ্ষৰ আঠ মাহৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান
author img

By

Published : Aug 21, 2019, 9:44 PM IST

জোনাই,21আগষ্টঃ ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ জোনাই মহকুমাৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়ত বৰ্তমানো আৰম্ভ হোৱা নাই বহুকেইটা বিষয়ৰ পাঠদান । ১৯৭৯ চনতে স্থাপিত হোৱা বিদ্যালয়খনত ৬ জন শিক্ষকৰ বিপৰীতে বৰ্তমান ২ জন শিক্ষকেই শিক্ষাৰ্থীক শিক্ষাপ্ৰদান কৰিবলগীয়া হোৱাত পাঠদানৰ পৰা বঞ্চিত হ'বলগা হৈছে শিক্ষাৰ্থী | যাৰ বাবে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নথকাত ছা়ত্ৰ-ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে । শিক্ষাবৰ্ষ প্ৰায় শেষ হ'বলৈ হৈছে কিন্তু বৰ্তমানেও বহু বিষয়ৰ পাঠদানেই আৰম্ভ হোৱা নাই ।

জোনাইত শিক্ষাবৰ্ষৰ আঠ মাহৰ পাচতো আৰম্ভ হোৱা নাই পাঠদান

উল্লেখ্য যে বৃহত্তৰ কেমি জেলম অঞ্চলটোৰ ৭ খন প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থীয়ে মাধ্যমিক শিক্ষা গ্ৰহণৰ কাৰণে কেমি জেলম মাধ্যমিক ইংৰাজী বিদ্যালয়লৈকে আহে | চলিত বৰ্ষত মুঠ ১১৬ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে বিদ্যালয়খনত । আনহাতে কেমি জেলম মাধ্যমিক দুগৰাকী শিক্ষকেই পাঠদান কৰিব লগীয়া কাৰ্যই স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে লগতে শীঘ্ৰে বিদ্যালয়খনত নতুন শিক্ষক নিযুক্তিৰ দাবী জনাইছে ৷

Intro:Body:কেমি জেলম মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অনুপাতে নাই শিক্ষক ।

শিক্ষাবৰ্ষৰ আঠ মাহতো আৰম্ভ হোৱা
নাই পাঠদান ।

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক শিক্ষা খণ্ডৰ বৃহত্তৰ কেমি জেলম অঞ্চলটোৰ মাধ্যমিক পৰ্যায়ৰ একমাত্ৰ শিক্ষানুষ্ঠান কেমি জেলম মধ্য ইংৰাজী বিদ্যালয় । ১৯৭৯ চনত স্থাপিত হোৱা বিদ্যালয় খনত ৬ শিক্ষক থাকিব লাগে যদিও বৰ্তমান ২ জন শিক্ষকে শীক্ষাৰ্থীক শিক্ষা দিব লগা হোৱাৰ ফলত শিক্ষাৰ্থী পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে | বিদ্যালয়খনৰ মুঠ 6জন শিক্ষকৰ পদ থকা ৪ টাকৈ শিক্ষকৰ পদ বৰ্তমানলৈ খালি হৈ আছে। বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নথকাত ছা়ত্ৰ ছাত্ৰী সকল যথেষ্ট অসুবিধাৰ সম্মুখীন হৈছে । শিক্ষাবৰ্ষ প্ৰায় শেষ হ'বলৈ হৈছে কিন্তু আজিও বহু বিষয়ৰ পাঠদানেই আৰম্ভ হোৱা নাই । উল্লেখ্য যে বৃহত্তৰ কেমি জেলম অঞ্চলটোৰ ৭ খন প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থীয়ে  মাধ্যমিক শিক্ষা গ্ৰহণৰ কাৰণে কেমি জেলম মাধ্যমিক ইংৰাজী বিদ্যালয়লৈকে আহে | চলিত বৰ্ষত ১১৬ জন ছাত্ৰ ছাত্ৰীৰে অধ্যয়ন কৰি আছে । বৰ্তমান বিদ্যাল়য়খনত  শিক্ষক ৪ জনে পাঠদান দি আছে যদিও ইয়াৰে ২ জন শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পিচতো ছাত্ৰ ছাত্ৰীৰ অনুৰুধ মৰ্মে পাঠদান দি আহিছে । বিদ্যালয়খনত এজন বিজ্ঞান শিক্ষকে বিভিন্ন বিষয়ত শিক্ষা দান কৰিব লাগে । ইপিনে দুজন শিক্ষকে তিনিটা শ্ৰেণীৰ মুঠ পাঁচটা শাখাত কেনেকৈ শিক্ষা দান কৰা  সম্ভৱ ?  ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলৰ মাজত শিক্ষকৰ অভাবে মনত বিৰূপ প্ৰভৱ পেলাব । অসমৰ শিক্ষা ব্যবস্থাৰ এই ত্ৰুটি বহু পুৰণি যদিও ইয়াক অৱসান ঘটোৱা ৰ কোনো কাৰ্যকৰী ব্যবস্থা লোৱা দেখা নাই ।  বৰ্তমানলৈকে শিক্ষা বিভাগে এই ক্ষেত্ৰত গুৰুত্ব সহকাৰে আৰু খৰখেদা ব্যবস্থা কৰাৰ বিপৰীতে নীৰৱ ভূমিকা গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে |  কেমি জেলম মাধ্যমিক দুগৰাকী শিক্ষকে পাঠদান কৰিব লগা কাৰ্যই স্থানীয় ৰাইজে ক্ষুব প্ৰকাশ কৰিছে লগতে শীঘ্ৰে ১১৬ জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনত নতুন শিক্ষক নিযুক্তিৰ দাবী স্থানীয় ৰাইজৰ|

কৰবী দলে জোনাই Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.