ETV Bharat / state

জোনাইত ভয়াবহ অগ্নিকাণ্ডত জাহ গ'ল বহু ব্যৱসায়ীক প্ৰতিষ্ঠান - বহু টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হয়

ধেমাজি জিলাৰ জোনাইৰ ৰাংকপ তিনিআলিত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় বহু কেইখন ব্যৱসায়ীক প্ৰতিষ্ঠান ৷

জোনাইত ভয়াবহ অগ্নিকাণ্ডত জাহ গ'ল বহু ব্যৱসায়ীক প্ৰতিষ্ঠান
author img

By

Published : Oct 30, 2019, 2:39 AM IST

জোনাই, ২৯ অক্টোবৰ: ধেমাজি জিলাৰ জোনাইৰ ৰাংকপ তিনিআলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷

জোনাইত ভয়াবহ অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য অনুসৰি,এখন হোটেলৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও বহু টকাৰ সামগ্ৰী ক্ষতিগ্ৰস্ত হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে ।

Intro:Body:

জোনাইত ভয়াবহ অগ্নিকাণ্ড সংঘটিত

জোনাই, ২৯ অক্টোবৰ

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্ত জোনাইৰ ৰাংকপ তিনিআলিত আজি নিশা প্ৰায় ১১ বজাত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। দাও দাও কৈ জ্বলি উঠা জুইৰ লিলিহান শিখাই সমগ্ৰহ অঞ্চল আৱৰি পৰে। নিমিষতে ভস্মীভূত বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান l ৷ ভয়াবহ অগ্নিৰ পৰা কথমপি ৰক্ষা অঞ্চলটোৰ কেইখনমান ব্যৱসাসিক প্ৰতিষ্ঠান আৰু বাসস্থান ৷ জানিব পৰা মতে এখন হোটেলৰ পৰা সংঘটিত এই অগ্নিকাণ্ড ৷ জুই নিমিত্তে ওচৰে পাজৰে থকা ঘৰসমূহ অগ্নিকাণ্ডৰ পৰা হাত সাৰিব সক্ষম হয়। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই আৰু বৰ্তমান লৈকে ক্ষয় ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।উল্লেখ্য যে বহু টকাৰ সা-সামগ্ৰী ক্ষতিগ্ৰস্থ হোৱা বুলি জানিব পৰা গৈছে। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে।

কৰবী দলে, জোনাই

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.